মৰিগাঁও আগশাৰী শিক্ষানুষ্ঠান গড়মাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠান…
মৰিগাঁও আগশাৰী শিক্ষানুষ্ঠান গড়মাৰী আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিন ১৯৭৫ চনতে প্ৰতিষ্ঠা লাভ কৰা মৰিগাঁও গড়মাৰী অঞ্চলৰ একমাত্ৰ শিক্ষানুষ্ঠান গৰমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে পাৰ কৰিলে ৫০ বছৰ । যাৰ বাবে বিদ্যালয়খনে পালন কৰিছে সোণালী জয়ন্তী । তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী অনুষ্ঠানৰ আজি অন্তিম দিন । অন্তিম দিনাৰ … Read more