গুৱাহাটীৰ লাচিত নগৰৰ ভাড়াঘৰত মহিলাৰ ৰহস্যজনক মৃত্যু।

ভাড়াঘৰত উদ্ধাৰ হৈছে আজাৰাৰ কৰিশ্মা দাস নামৰ এগৰাকী মহিলাৰ মৃতদেহ। গুৱাহাটীত বিউটি পাৰ্লাৰত কাম কৰিছিল কৰিশ্মা দাসে। পৰিয়ালৰ অভিযোগ, স্বামীয়ে হত্যা কৰিছে কাৰিশ্মা দাসক। দুই বজাতেই পোহৰলৈ আহিছিল মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা। শুৱালকুছিৰ মিণ্টু কলিতাৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰিশ্মা। পৰিয়ালৰ মতে স্বামীয়ে হত্যা কৰি চূড়ান্ত সিদ্ধান্তৰ ৰূপ দিবলৈ চেষ্টা কৰিছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ … Read more

ভয়ংকৰ ৰূপত আহিছে ক’ভিড,নতুন ভেৰিয়েন্টৰ লক্ষণ কি কি?

৪ টা বছৰৰ পিছত আকৌ আহিছে ক’ভিড।দ্রুতগতিত বিয়পিছে ক’ভিড ভাইৰাছ।নতুন ভেৰিয়েন্টৰ লক্ষণ কি কি?মূৰৰ বিষ, কাঁহ, জ্বৰ, চৰ্দি, চকু ৰঙা পৰা,সঘনাই চকুৱে পানী উলোৱা, বুকুৰ বাওফালে বিষ, মূর্ছা যোৱা,বমি হোৱা, খাব মন নোযোৱা, টোপনি নহা,পিঠি বিষ, ভাগৰুৱা অনুভৱ কৰা, শ্বাস-প্ৰশাসত অসুবিধা,চিন্তা শক্তি কমি যোৱা, দুৰ্বল অনুভৱ, সঘনাই হাঁচি মৰা,গোন্ধ নোপোৱা ইত্যাদি লক্ষণে দেখা দিলেই কাষ … Read more

নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত…

নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত।পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব স্বামী।পঞ্চায়ত কার্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ।স্বামীসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব।ব্লকত দিনটো বহি থকাৰ বাবে হাৰিব লগা হৈছিল এগৰাকী মহিলা।স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব।পত্নীক প্রতিনিধিত্ব কৰি পঞ্চায়ত কার্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী’।পঞ্চায়ত কার্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ নিষেধ সম্পূৰ্ণৰূপে।মন্ত্ৰী … Read more

দিহিং পাটকাই ইক’ ডিছক’ভাৰী চেণ্টাৰ আৰু বাম্বুছেটামত ডিগবৈৰ এজাক ছাত্ৰ-ছাত্ৰী….

ডিগবৈৰ দিহিং পাটকাই ইক’ডিছক’ভাৰী চেণ্টাৰ আৰু বাম্বুছেটাম বগাপানী এলেকাত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত থকা গছ গছনিৰ উদ্যান ‘আৰবৰেটাম’ ত এই চেণ্টাৰটো। এখন বাঁহ গছৰ উদ্যান আৰু সংগ্ৰহালয় ‘বেম্বচেটাম’। এই দুয়োটা প্ৰকল্পৰ বাবে অইল ইণ্ডিয়া লিমিটেডে বসুন্ধৰা আঁচনিৰ জৰিয়তে সমুদায় ধন ব্যয় কৰে।ডিগবৈ বন সংমণ্ডল প্ৰাধিকাৰী পি চি ৰঞ্জিঠ ৰামে সদৰি … Read more

একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে…

গুৱাহাটী পৌৰ নিগমৰ ভয়ংকৰ কাণ্ড ।একাংশ ছাত্ৰ-ছাত্ৰী তথা বৃহত্তৰ বেলতলা বাসী ৰাইজৰ সৈতে লৰা ধেমালি কৰিছে গুৱাহাটী পৌৰ নিগমে ।কিয়নো তিনিটা দাষ্টবিনৰ বাবে এতিয়া যমৰ যতনা ভুগিছে ৰাইজে।প্ৰশাসনক বাৰাম্বাৰ কাতৰ অনুৰোধ জনোৱাৰ পিছতো আঁতৰ নহল এই দাষ্টবিনকেইটা।বেলতলা ছাত্ৰ সসন্থাৰ স্পষ্ট কথা যদি এই দাষ্টবিনকেইটা অহা দুদিনৰ ভিতৰত এই স্থানৰ পৰা আঁতৰ কৰা নহয় তেনে হলে … Read more

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক…..

ৰঙিয়া আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জা সহ সৰবৰাহকাৰী আটক।বহিঃৰাজ্যৰ গাঞ্জা সৰবৰাহকাৰীজনৰ পৰা উদ্ধাৰ ৫ কেজি ৫০০ গ্ৰাম গাঞ্জা।আটকধানী সৰবৰাহকাৰীজন উত্তৰ প্ৰদেশৰ সুৰজপুৰৰ ধীৰাজ তিৱাৰী ।যাত্ৰীবাহী বাছযোগে ৰাওনা হোৱাৰ সময়তে ৰঙিয়া নগৰৰ ভূটান বাছ আস্থানত আৰক্ষীয়ে অভিযান চলাই নিচাজাতীয় সামগ্ৰী সহ সৰবৰাহকাৰী জনক আটক কৰে ।

তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছত যোগদান…

তিনিচুকীয়াত দেশৰ বীৰ জোৱান সকলৰ প্ৰতি শ্ৰদ্ধা জনাই শ্ৰদ্ধাঞ্জলি তথা শলাগ কাৰ্য্যসূচী ৰূপায়ন তৃণমূল কংগ্ৰেছঃপ্ৰায় ৪০০ ৰো অধিক লোকৰ আনুষ্ঠানিকভাৱে যোগদান তৃণমূল কংগ্ৰেছত ।তিনিচুকীয়াৰ গোপালচন্দ্ৰ ৰবিচন্দ্ৰ নাট্যমন্দিৰত অসম প্ৰদেশ তৃণমূল কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচীৰ লগতে দেশৰ শ্বহীদ বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি আৰু যুদ্ধত বীৰত্বৰে যুঁজি দেশমাতৃক গৌৰৱান্বিত কৰা জোৱানসকলক শ্ৰদ্ধা তৰ্পণ কৰি এক অনুষ্ঠান অনুষ্ঠিত, … Read more

পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰতৰ…

পাকিস্তানৰ পিছত এইবাৰ বাংলাদেশৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ ভাৰতৰ।বাংলাদেশৰ সামগ্ৰী কোনো কাৰণতে প্ৰৱেশ কৰিব দিয়া নহ’ব ভাৰতত।বাংলাদেশত উৎপাদিত সামগ্ৰী ভাৰতত প্ৰৱেশ কৰাত সম্পূৰ্ণ নিষেধাজ্ঞা।বন্ধ কৰি দিয়া হৈছে ভাৰত-বাংলাদেশৰ বন্দৰ।ভাৰতত থকা বাংলাদেশী সামগ্ৰীৰ বজাৰ সম্পূৰ্ণৰূপে কৰা হ’ব বন্ধ।বাংলাদেশৰ সামগ্ৰী আমদানিত ভাৰত চৰকাৰৰ কঠোৰ নিষেধাজ্ঞা।কেক, চিপচ আদিত সম্পূর্ণ নিষেধাজ্ঞা।কপাহজাত সামগ্রী, প্লাষ্টিক, PVC সামগ্ৰী, ৰং, কাঠৰ সামগ্রী সম্পূৰ্ণৰূপে বন্ধ।বাংলাদেশৰ … Read more

ডিগবৈত ভ*য়ং*ক*ৰ পথ দু*ৰ্ঘ*ট*না*ত তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘৰ্ষ দু*ৰ্ঘ*ট*না*টো সং*ঘ*টি*ত হয়….

দু*ৰ্ঘ*ট*না*ত আ*হত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা ।AS-23-W- 3348 আৰু AS-23-Z- 4803 নম্বৰৰ তীব্ৰ বেগী দুখন মটৰ চাইকেলৰ মুখামুখি সং*ঘ*ৰ্ষ দু*ৰ্ঘ*টনা*টো সং*ঘ*টিত হয়।ডিগবৈ আৰক্ষী থানাৰ অন্তৰ্গত ১নং গোলাই অঞ্চলত ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা এক পথ দুৰ্ঘটনাত চাহিল আলি,মইনুল আলি আৰু অজয় থাপা নামৰ গুৰুত্বভাৱে আহত হৈ সম্প্ৰতি মাকুমস্থিত তিনিচুকীয়া জিলা চিকিৎসালয়ত চিকিৎসাধীন … Read more

2025 বৰ্ষৰ দেৱ দামোদৰ দেৱ বঁটা ঘোষনা…

আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে ঘোষনা কৰিলে দামোদৰ দেৱ বঁটা প্ৰাপক নাম।বিশিষ্ট সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীলৈ এই বৰ্ষৰ দেৱ দামোদৰ দেৱ বঁটা।2012 বৰ্ষৰ পৰা আউনীআটী সত্ৰৰ তৰফৰ পৰা প্ৰদান কৰি অহা হৈছে এই বঁটা।বাক্সা জিলাৰ সংস্কৃত পণ্ডিত লক্ষ্মী নাৰায়ণ গোস্বামীয়ে সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই স্বীকৃতি।আউনীআটী বিশ্ববিদ্যালয়ৰ নামভৰ্তি প্ৰক্ৰিয়াৰ সন্দৰ্ভতো সত্ৰাধিকাৰ গৰাকীয়ে … Read more