আমেৰিকাত আৰ্থিক মন্দাৱস্থাৰ আশংকা !
আমেৰিকাত আৰ্থিক মন্দাৱস্থাৰ আশংকা ! শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ। হোৰাহোৰে হ্ৰাস পাইছে NASDAQ ৰ সূচক। পশ্চিমৰ একাধিক দেশৰ লগতে নিম্নগামী ভাৰতৰো ছেনছেক্স।
আমেৰিকাত আৰ্থিক মন্দাৱস্থাৰ আশংকা ! শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ মাজত হাহাকাৰ। হোৰাহোৰে হ্ৰাস পাইছে NASDAQ ৰ সূচক। পশ্চিমৰ একাধিক দেশৰ লগতে নিম্নগামী ভাৰতৰো ছেনছেক্স।
আজি সংসদত দাখিল হ’ব ৱাকফ সংশোধনী বিধেয়কৰ JPCৰ প্ৰতিবেদন বহু চর্চিত বিধেয়কখনৰ প্ৰতিবেদনৰ পাছতে বিধেয়কখন গৃহীত কৰাৰ সম্ভাৱনা যোৱা ৩০ জানুৱাৰীত JPCৰ অধ্যক্ষ জগদম্বিকা পালে লোকসভাৰ অধ্যক্ষক দাখিল কৰিছিল প্রতিবেদন। বিধেয়কখন ১৪টা সংশোধনীৰে দাখিল কৰা হৈছিল প্রতিবেদন বিৰোধীয়ে বিধেয়কখনকলৈ আজিও কৰি আহিছে আপত্তি
তিনিদিনীয়া ভ্ৰমণসূচীৰে সোমবাৰে ফ্ৰান্সত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অহা ১২ ফেব্ৰুৱাৰীলৈকে ফ্ৰান্সত কটোৱাৰ পিছত আমেৰিকালৈ ৰাওনা হ’ব মোদী। দুয়ো দেশৰ সৈতে বিভিন্ন দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী মোদীয়ে উভয় দেশৰ সৈতে প্ৰতিৰক্ষা সহযোগিতা আৰু বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰাক লৈও বৈঠকত মিলিত হ’ব।
বিদেশ ভ্ৰমণ সামৰি অসমলৈ উভতিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি ৩ দিনীয়া ভ্ৰমণসূচীৰে ডিব্ৰুগড়লৈ যাব মুখ্যমন্ত্ৰী বিয়লি ৪ বজাত মোহনবাৰী বিমানবন্দৰত উপস্থিত হ’ব মুখ্যমন্ত্ৰী বিমানবন্দৰৰ পৰা পোনে পোনে যাব ডিব্ৰুগড়ৰ মুখ্যমন্ত্ৰী সচিবালয়লৈ দেওবাৰে খনিকৰ খেলপথাৰত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ ল’ব মুখ্যমন্ত্ৰীয়ে
ৰাজ্যিক বিজেপিৰ নতুন সভাপতি দিলীপ শইকীয়া । দিলীপ শইকীয়াক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ৰ পৰা লাইভ । দিলীপ শইকীয়াক অভিনন্দন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ।
বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অন্যান্য দলৰ সমান্তৰালভাৱে কুচ-কাৱাজ আৰম্ভ কৰিছে বিপিএফ দলেও । আজি বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী অদালবাৰীত চেণ্ট্ৰেল বিপিএফৰ কৰ্মীসভাত উপস্থিত থাকি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । তেওঁ কয় যে, প্ৰমোদ বড়োৰ দিনত একোৱেই হোৱা নাই । তিনি কোটিৰ অতিথিশালা মেৰামতিৰ বাবে খৰচ কৰে ১২ … Read more
ৰাজ্যত সকলোবোৰ হোটেলত গো-মাংস নিষিদ্ধ কৰাৰ পিছতেই ভিন্ন ব্যক্তিৰ ভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ পাই আহিছে। সমান্তৰাল ভাৱে শুকুৰ আলীয়ো ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। চাওঁকচোন শুকুৰে কি ক’লে এই সন্দৰ্ভত। আইন সকলোৰে বাবে সমান:- শুকুৰ আলী মুখ্যমন্ত্ৰীয়ে যি কয় সেইটোৱেই হয়:- শুকুৰ আলী মুখ্যমন্ত্ৰীয়ে যদি আইন নামানে ক’ৰ্ট উঠাই দিব লাগে:- শুকুৰ আলী গুৱাহাটী খনত যিহেতু হিন্দু আৰু … Read more
বিহালীত বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত । অসম সন্মিলিত মঞ্চই বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থীকেন্দ্ৰিক বিবাদত ব্যস্ত হৈ থকাৰ সময়তে শাসক দল বিজেপিয়ে বিহালী সমষ্টিৰ পঞ্চায়তে পঞ্চায়তে তুংগত কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ অভিযান। আজি সাংসদ ৰঞ্জিত দত্ত,বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ আৰু কমলপুৰৰ বিধায়ক দিগন্ত কলিতাই বিহালী সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰৰ হৈ খৰাশিমলু পঞ্চায়তৰ বিভিন্ন … Read more
১৯ গৰাকী বিজেপি বিধায়কৰ অনাস্থা প্ৰকাশ।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিসম্বাদী বিধায়কৰ পত্ৰ প্ৰেৰণ।শীঘ্ৰে বীৰেন সিঙক মুখ্যমন্ত্ৰী পদৰ পৰা আঁতৰোৱাৰ দাবী।শান্তি ঘূৰাই অনাত ব্যৰ্থ হোৱাৰ অভিযোগত এন বীৰেন সিঙৰ বিৰুদ্ধেমেইটেই, কুকি আৰু নগা জনগোষ্ঠীৰ বিধায়কে প্ৰেৰণ কৰিছে পত্ৰ।মণিপুৰ বিধানসভাৰ অধ্যক্ষ টি সত্যব্ৰত সিঙৰ নেতৃত্বত বিসম্বাদ।প্ৰধানমন্ত্ৰীলৈ ৬ পৃষ্ঠাজোৰা পত্ৰ প্ৰেৰণ ।পত্ৰখনত স্বাক্ষৰ কৰিছে কেইবাগৰাকীও মন্ত্ৰীয়ে।মণিপুৰ বিধানসভাত আছে ৩২গৰাকী … Read more
বিশেষকৈ উপ নিৰ্বাচন অনুষ্ঠিত হবলগীয়া বিহালী বিধান সভা সমষ্টিত আজিৰে পৰা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ আজি বিহালীৰ ৰাংছালি, তিনিসুঁতি আৰু হাতিবন্ধাত নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী পীযুষ হাজৰিকাই ৷ কংগ্ৰেছে সাংসদ গৌৰৱ গগৈক বিহালীৰ দায়িত্ব দিয়াৰ সমান্তৰালকৈ বিহালীত বিজেপিয়ে সেনাপতি হিচাবে দায়িত্ব অৰ্পণ কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাক। লোকসভা নিৰ্বাচনৰ সময়ত যোৰহাটত সমুখ … Read more