তামাৰহাটত পথ দুৰ্ঘটনা, ডাম্পাৰ আৰু ডিজেল টেংকাৰৰ মাজত সংঘৰ্ষ
ধুবুৰী জিলাৰ তামাৰহাটত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা। ডাম্পাৰ আৰু ডিজেল টেংকাৰৰ মাজত সংঘৰ্ষ। তামাৰহাট বজাৰৰ১২৭(বি) নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই পথ দুৰ্ঘটনা। বিপৰীত দিশৰ পৰা অহা নম্বৰবিহীন অতিৰিক্তভাৱে শীল কঢ়িওৱা ডাম্পাৰ আৰু ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণকাৰী সংস্থা জাণ্ডু ক’নষ্ট্ৰাকচন ইন্ডিয়া প্ৰাইভেট লিমিটেডৰ নথি-পত্ৰৰ ম্যাদ নথকা HR-৩৯C-৩৯৯৬ নম্বৰৰ ডিজেল কঢ়িওৱা টেংকাৰৰ মাজত সংঘৰ্ষ। দুৰ্ঘটনাত অধিক … Read more