চি বি এছ ই ৰ দশম শ্ৰেণীৰ পৰীক্ষাত মাৰ্ঘেৰিটাৰ মনালিছা দত্তৰ কৃতিত্ব….
মাৰ্ঘেৰিটাৰ কালিবাড়ী নিবাসী মৌচুমী দত্ত আৰু পৰীক্ষিত দত্ত সুযোগ্য কন্যা মনালিছা দত্তই সদ্য ঘোষিত চি বি এছ ই ৰ দশম শ্ৰেণীৰ ফলাফলত ৯৮ শতাংশ লাভ কৰি উত্তীৰ্ণ হয়। তেওঁ অংক আৰু কম্পিউটাৰ বিষয়ত ১০০ শতাংশ নম্বৰ লাভ কৰে। মাৰ্ঘেৰিটাৰ বৰগোলাইৰ বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ত অধ্যয়নৰত মনালিছা দত্তই অতি সফলতাৰে উত্তীৰ্ণ হৈ বিদ্যালয়খনৰ লগতে মাৰ্ঘেৰিটালৈ সুনাম কঢ়িয়াই … Read more