- ৰামপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা । গোৱালপাৰা গুৱাহাটী অভিমুখী তীব্ৰবেগী আল্ট্ৰা বাছৰ খুণ্ডাত নিহত পথছাৰী ।
- উত্তৰ গুৱাহাটী জি এন আৰ চিত অঘটন । চিকিৎসালয়ৰ চৌহদত গাড়ীয়ে খুন্দিয়াই আহত কৰে তিনিজন লোকক ।
- দুলীয়াজানত পুৱা সংঘটিত হয় এক শোকাবহ পথ দুর্ঘটনা । তীব্ৰবেগী ডাম্পাৰ-স্কুটীৰ মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত এজন স্কুটী আৰোহী আৰু আন দুজনক সংকটজনক অৱস্থাত প্ৰেৰণ দুলীয়াজানৰ চিকিৎসালয়লৈ ।
- মিৰ্জাত ভয়ংকৰ পথ দুৰ্ঘটনা । সোঁ ভৰিত গুৰুতৰভাৱে আহত বাইক আৰোহী ।
- মহানগৰীৰ গণেশগুৰিত পথ দুৰ্ঘটনা । থিতাতে নিহত পথচাৰী ।
- বিশ্বনাথত এগৰাকী প্ৰাক্তন আলফা সৈনিকক অনা-অসমীয়া চাহ কলঘৰৰ মালিকে দৰমহা নিদিয়াকৈ খেদিলে চাকৰিৰ পৰা । কৰ্তব্যৰত অৱস্থাত কুকুৰে কামোৰাৰ পিছতো বহন নকৰিলে চিকিৎসাৰ ব্যয় ।
- ৰাজ্যত অব্যাহত মৰেল পুলিচিঙৰ ঘটনা । মৰিগাঁৱত এজন যুৱকক বন্ধ কোঠাত গণপ্ৰহাৰ ।
- জাগীৰোডৰ বাঘজাপ গাওঁ পঞ্চায়ত এলেকাত ৰূপায়ণ কৰে “অমৃত কলহ যাত্ৰা “ । বাঘজাপ গাওঁ পঞ্চায়তৰ সভাপতিৰ নেতৃত্বত ঘৰে ঘৰে মাটি সংগ্ৰহ ।
- স্বচ্ছতা হি সেৱা আঁচনিয়ে ঢুকি নাপালে কটহগুৰি অৰ্ধ সাপ্তাহিক বজাৰ । আৱৰ্জনামুক্ত কৰাৰ দাবী স্থানীয় ৰাইজৰ ।
- ৰাজ্যত পুনৰ বাল্যবিবাহৰ বিৰুদ্ধে তৎপৰ আৰক্ষী । নিশা হাজোৰ বিভিন্ন স্থানত অভিযান চলাই ৮ জনকৈ লোকক আটক কৰে আৰক্ষীয়ে ।
- বলীউদত সততে চৰ্চাৰ শিৰোনাম দখল কৰা অভিনেত্ৰী উৰ্ফীৰ নতুন মোৰ, সহকাৰী সঞ্চালকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে ….
- মহিলাক অপমান কৰিবলৈ বিয়াত গান গাবলৈ আহিছিল নেকি হানি ? হানিয়ে কয়, “মোৰ সংগীত যদি অপছন্দ হয়, তেন্তে ইমান মানুহে কিয় শুনি আছে ?”
- কোটি কোটি টকা উপাৰ্জন কৰিও স্বাভাৱিক জীৱন যাপন কৰে বৰ্তমান হিন্দী প্লেবেক জগতৰ শীৰ্ষত থকা অৰিজিতে ; আচলতে ইয়াৰ আঁৰৰ ৰহস্য কি ?
- বৰুণ- নাতাশাক লৈ বলীউদত পুনৰ জল্পনা- কল্পনা …
- “কৃতি, মই তোমাৰ নামত এটা উৰাবাতৰি বিয়পাই দিম । কোৱা , তোমাৰ জীৱনত কোনোবা আছে ; ইচ্ছা কৰিয়েই সমালোচনাক স্হান দিয়ে একাংশই; কোন বলীউদ তাৰকাই কৃতি শ্বেননক ক’লে এনেদৰে…
- মঙলদৈত নিশা দুস্কৃৰ্তিকাৰীয়ে পেট্ৰ’ল ঢালি জ্বলাই দিলে ব্যৱসায়ীক প্ৰতিষ্ঠান ।
- জুৰীয়াত পুনৰ গুলিচালনাৰ ঘটনা । দিন দুপৰতে গুলি চলাই দুৰ্বৃত্তই সংঘটিত কৰিলে ডকাইতি । লুটি লৈ গ’ল ২ লাখ ৮৭ হাজাৰ টকা । উদ্ধাৰ কৰা হৈছে গুলিৰ খালী কাৰ্টিজ ।
- লাংকাচি ৰবৰবাৰী গাঁৱত এক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে । হত্যা কৰিলে সমবয়সীয়াই ।
- ক্ষেত্ৰী থানাৰ অন্তৰ্গত বংগালবৰীত লোমহৰ্ষক হত্যাকাণ্ড । দাৰে ঘপিয়াই হত্যা ৬০’ৰ উৰ্ধৰ বৃদ্ধাক ।
- হাজোৰ সৌৰামুৰীত নৃশংস হত্যাকাণ্ড । স্বামীয়ে ডেগাৰেৰে খুছি হত্যা কৰে নিজ পত্নীক ।
- সাংবাদিকক দোকান আখ্যা মৰিগাঁওৰ বিধায়ক ৰমাকান্ত দেউৰীৰ । কিন্তু কিয় ? সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।
- নিশা শুৱালকুছিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণ জ্যোতি গগৈ । “গুৰুজনাই দি যোৱা আদৰ্শ যেতিয়ালৈকে হৃদয়ত থাকিব, তেতিয়ালৈকে কোনো সাম্প্ৰদায়িক শক্তিয়ে সমাজ বিভাজন কৰিব নোৱাৰে”- লুৰিণজ্যোতি গগৈ ।
- “বিধানসভাত লেপটপৰ ৱাৰেণ্টি সন্দৰ্ভত কৰা প্ৰশ্নৰ উত্তৰ পালোঁ । কিন্তু লেপটপৰ দামক লৈ কৰা প্ৰশ্নৰ উত্তৰ পোৱা নাই বৰ্তমানলৈকে” – বিধায়ক মৃণাল শইকীয়া ।
- সাংসদ দিলীপ শইকীয়াই উভতি ধৰিলে গৌৰৱ গগৈক । গৌৰৱ গগৈয়ে উত্থাপন কৰা মুখ্যমন্ত্ৰীৰ পত্নীৰ মালিকানাধীন প্ৰাইড ইষ্ট এণ্টাৰটেইণ্টমেন্ট প্ৰাইভেট লিমিটেডক ১০ কোটি টকাৰ ৰাজসাহায্য প্ৰদান কৰা প্ৰসংগক ভিত্তিহীন আখ্যা দিয়ে দিলীপ শইকীয়াই ।
- “গাখীৰ খুৱাই সাপ পুহিছিল UPPL দলে । “UPPLৰ কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক কামাল আজাদক দায়িত্বৰ পৰা অব্যাহতি ।