sangbad lahar logo

International

  • February 16, 2024

মণিপুৰৰ চুৰাচান্দপুৰত হিংসাত্মক ঘটনা ।

মণিপুৰৰ চুৰাচান্দপুৰত অব্যাহত হিংসাত্মক ঘটনা ।ঘটনাত দুজনৰ মৃত্যু, গুৰুতৰভাৱে আহত ২৫ জন ।আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত প্ৰায় ৪০০ গৰাকী লোকৰ আক্ৰমণ ।আৰক্ষীৰ ওপৰত কৰিলে শিলাবৰ্ষণো ।SP শিৱানন্দ ছুবে নিলম্বন কৰিছিল হেড…

Read More
  • January 25, 2024

ৰাম মন্দিৰলৈ অনলাইনত এদিনতে ৩.১৭ কোটি টকা দান । কেৱল মঙলবাৰৰ দিনটোত এই ধন দান কৰিছে ভক্তই ।

ভাৰতৰ লগতে বিভিন্ন দেশৰ ভক্তই দান কৰিছে ধন । মঙলবাৰৰ দিনটোত ৫ লাখৰো অধিক ভক্তই দৰ্শন কৰিছে ৰাম মন্দিৰ । এসপ্তাহৰ মূৰত গণনা কৰা হ’ব মন্দিৰৰ দানপাত্ৰৰ ধন । প্ৰতিটো…

Read More
  • December 25, 2023

নাইজেৰিয়াৰ হিংসাত্মক ঘটনাত নিহত হৈছে ১৬ জনকৈ লোক ।

নাইজেৰিয়াত হিংসাত্মক ঘটনাত নিহত হৈছে ১৬ জনকৈ লোক । উত্তৰ-মধ্য মালভূমিৰ মুচুগাঁৱত সংঘটিত হৈছে এই ঘটনা । বৰ্তমানলৈকে স্পষ্ট হোৱা নাই ঘটনাৰ প্ৰকৃত কাৰণ । ইয়াৰ পূৰ্বেও অঞ্চলটোত সংঘটিত হৈছিল…

Read More
  • December 11, 2023

জম্মু-কাশ্মীৰৰ পৰা ৩৭০ ধাৰা প্ৰত্যাহাৰক লৈ আজি SC ত গুৰুত্বপূৰ্ণ ৰায়দান ।

>মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ৫ জনীয়া সাংবিধানিক বিচাৰপীঠে দিব ৰায় । >জম্মু-কাশ্মীৰে হেৰুৱাইছিল বিশেষ ৰাজ্যৰ মৰ্যাদা  । >২০১৯ চনৰ ৯ আগষ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিছিল অনুচ্ছেদ ৩৭০ ধাৰা…

Read More
  • December 8, 2023

যুদ্ধক্ষেত্ৰত নিহত ইজৰাইলৰ কেবিনেট মন্ত্ৰী গাদি আইজেনকোটৰ পুত্ৰ ।

>যুদ্ধক্ষেত্ৰত নিহত ইজৰাইলৰ কেবিনেট মন্ত্ৰী গাদি আইজেনকোটৰ পুত্ৰ । >যুদ্ধত নিহত ছাৰ্জেণ্ট গাল মেইৰ আইজেনকোট । >২৫ বছৰীয়া গাল মেইৰ আইজেনকোট আছিল ৬৯৯ বেটেলিয়নৰ সদস্য । >আইজেনকোটৰ লগতে নিহত ছৰ্জেণ্ট…

Read More
  • December 4, 2023

পশ্চিম গুৱাহাটীৰ শিকাৰহাটী অৰুণোদয় সাংস্কৃতিক ক্লাবত প্ৰতিবন্ধী দিৱস পালন ।

ৰাজ্যজুৰি ৩ ডিচেম্বৰত বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় যদিও আজি প্ৰতিবন্ধী দিৱসৰ লগত সংগতি ৰাখি ৰাণী ব্লক আৰু শিকাৰহাটী ব্লকৰ লগত মিলিত হৈ শিকাৰহাটী অৰুণোদয় কালচাৰেল পেক্ষাগৃহত প্ৰতিবন্ধী দিৱস…

Read More
  • December 4, 2023

আজি আন্তৰাষ্ট্ৰীয় বিশ্ব প্ৰতিবন্ধী দিৱস । লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত  লাওখোৱা ব্লকৰ উদ্যোগত কাছখাইতি মজলীয়া বিদ্যালয়তো দিনযোৰা কাৰ্য্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস উদযাপন ।

সমগ্র দেশতে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰাৰ সমান্তৰালকৈ লাওখোৱা শিক্ষাখণ্ডৰ অন্তৰ্গত  লাওখোৱা ব্লকৰ উদ্যোগত কাছখাইতি মজলীয়া বিদ্যালয়তো দিনযোৰা কাৰ্য্যসূচীৰে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰা হয় । শাৰিৰীক আৰু মানসিকভাৱে বিকলাংগ…

Read More
  • November 20, 2023

মুৰ্ছিদাবাদৰ বেলডাঙাত অভূতপূৰ্ব ঘটনা । বিশ্বকাপ ফাইনেলত ভাৰতৰ পৰাজয়ৰ পাছত ভয়ংকৰ ঘটনা । সবিশেষ তলত দিয়া লিংকটোত ।

তেওঁ আছিল এজন ক্ৰীড়াপ্ৰেমী । ভাৰত বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰাক লৈ খুব উৎসাহী আছিল । প্ৰতিদিনে আলোচনা কৰিছিল ভাৰতৰ বিশ্বকাপ জয়ৰ সম্ভাৱনাৰ কথা । কিন্তু ফাইনেলত ৰোহিত, বিৰাট পেভিলিয়নলৈ ওভতাৰ…

Read More
  • November 18, 2023

নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত বিশ্বকাপৰ সামৰণি অনুষ্ঠানত দোৱা লিপাৰ সলনি কোন শিল্পীয়ে গান গাব ? গ্ৰেমী বিজয়ী শিল্পী দুৱা লিপাৰ নাম আছেনে বি চি চি আই য়ে জাৰি কৰা অধিসূচনাত ? সামৰণি অনুষ্ঠানত কোন কোন শিল্পীয়ে কণ্ঠদান কৰিব ? অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা ।

দেওবাৰে ভাৰত বনাম অষ্ট্ৰেলিয়া বিশ্বকাপৰ ফাইনেল খেল । খেল আৰম্ভ হোৱাৰ পূৰ্বে নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত সামৰণি অনুষ্ঠানৰ আয়োজন কৰা হয় । বিশ্বকাপৰ সামৰণি অনুষ্ঠানত গ্ৰেমী বিজয়ী শিল্পী দুৱা লিপাই অনুষ্ঠান…

Read More
  • November 4, 2023

পাকিস্তানত পুনৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ ৷ আক্ৰমণৰ দ্বায়িত্ব স্বীকাৰ কৰিছে তেহৰিক-ই-জেহাদ নামৰ সংগঠনটোৱে ৷

মিয়ানৱালী বায়ুসেনা ঘাটিত আত্মঘাতী বোমাৰুৰ আক্ৰমণ ৷ নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি মাৰণাস্ত্ৰসহ বিমানঘাটিত প্ৰৱেশ সন্ত্ৰাসবাদীৰ ৷ বিমানঘাটিটোৰ ভিতৰত প্ৰৱেশ কৰি বিস্ফোৰণো ঘটাই আত্মঘাতী বোমাৰুৱে ৷ নিৰাপত্তাৰক্ষীৰ প্ৰত্যাক্ৰমণত নিহত হৈছে ৩ জন…

Read More