ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ কাৰ্যসূচী বাতিল….
ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত ফাটবিহুৰ কাৰ্যসূচী বাতিল। ভাৰত-পাক উত্তেজনাময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি ১০ আৰু ১১ মে’ৰ সমূহ কাৰ্যসূচী বাতিল কৰা হয়।উল্লেখ্য যে আহোম স্বৰ্গদেউসকলৰ দিনৰে পৰা ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ পাৰৰ ম’হঘুলি চাপৰিত বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয়ৰে অনুষ্ঠিত হৈ আহিছিল ফাটবিহু।সেই পৰম্পৰা ৰক্ষা কৰি এইবছৰো ৯,১০ আৰু ১১ মে’ত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ফাটবিহুৰ আয়োজন কৰা হৈছিল। ইতিমধ্যে ৩৭ … Read more