sangbad lahar logo

Technology

  • October 28, 2022

সোণাপুৰৰ চামতা পবিতৰা সংযোগী পথত অঘটন।

ৰেল বিভাগৰ দ্বাৰা নিৰ্মাণ কৰি থকা দলং পৰিল খহি।ৰেল লাইনৰ ওপৰত নিৰ্মাণ কৰি থকা উৰণীয়া সেতুৰ গাৰ্ড ৱাল ভাঙি খহি পৰিছে এনেদৰে। ফলত পথটোৰ বৰ্তমান যাতায়াত ব্যৱস্থা সম্পূৰ্ণ ৰূপে বন্ধ…

Read More
  • October 25, 2022

দেশজুৰি বিকল হৈ পৰিছে ৱাটচএপ।

সমগ্ৰ বিশ্বজুৰি অচল হৈ পৰিছে হোৱাটছএপ। দিনৰ ১২.৪৫ বজাৰ পৰা অচল হৈ পৰিছে মেটাৰ অধীনস্থ মেচেজিং এপটো। এই পৰ্যন্ত ইয়াৰ কোনো কাৰণ জানিব পৰা হোৱা নাই।

Read More
  • October 22, 2022

আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা।

আজিৰে পৰা আৰম্ভ দেশত হ’ব জিঅ’ 5G সেৱা। ৰিলায়েঞ্চ জিঅ’ৰ অধ্যক্ষ আকাশ আম্বানীয়ে শুভাৰম্ভ কৰিব 5G সেৱাৰ। ৰাজস্থানৰ নাথদ্বাৰাত জিঅ’ৰ প্ৰথমটো 5G সেৱা আৰম্ভ কৰা হ’ব। তাৰ পূৰ্বে শ্ৰীনাথজী মন্দিৰত…

Read More
  • October 6, 2022

ভাৰতৰ মহাকাশ যাত্ৰাৰ সফলতাৰে শ্ৰীহৰি কোটাৰ পৰা ‘চন্দ্ৰযান-২’ৰ সফল উক্ষেপণ ।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দুপৰীয়া ২ বাজি ৪৩ মিনিটত শ্ৰহৰি কোটাৰ সতীশ ধাৱান স্পেছ চেণ্টাৰৰ পৰা ভাৰতৰ দ্বিতীয় চন্দ্ৰলৈ অভিযান ‘চন্দ্ৰযান-২’ সফলভাৱে উক্ষেপণ কৰে। ‘ইছৰো’ৰ দ্বাৰা সফলভাৱে আৰম্ভ হোৱা চন্দ্ৰযান-২…

Read More
  • October 1, 2022

আমিনগাঁৱত ইলেক্ট্ৰনিক সামগ্ৰীৰ শ্ব’ ৰুম মুকলি ।

ভোগেশ্বৰী ট্ৰেডাৰ্চ” নামৰ শ্বৰূমটো মুকলি কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ মুৰব্বী অধ্যাপক শিখৰ কুমাৰ শৰ্মাই। অত্যাধুনিক প্ৰযুক্তিৰ টিভি, ফ্ৰিজ, মোবাইল ফোনকে ধৰি বিভিন্ন ধৰনৰ ব্ৰেণ্ডৰ ইলেক্টনিক সামগ্ৰী উপলদ্ধ…

Read More
  • September 30, 2022

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু।

গুৱাহাটীবাসীৰ বাবে মুকলি হ’ব দুইলেনযুক্ত উৰণীয়া সেঁতুখন। আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব মহানগৰীৰ আৰ্যনগৰত নিৰ্মাণ কৰা উৰণীয়া সেঁতু। উৰণীয়া সেঁতুখনৰ দৈৰ্ঘ্য ৭৯০ মিটাৰ। ১৪৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ…

Read More
  • September 28, 2022

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব আৰু এখন নতুন দলং।

অসমবাসীৰ বাবে সুখবৰ। শৰাইঘাটত নিৰ্মাণ হ’ব এই নতুন দলং। দলংখন ৰে’ল আৰু আন বাহনৰ বাবে দুখলপীয়া ৰূপত নিৰ্মাণ কৰা হ’ব। আজি এই সন্দৰ্ভত এক টুইটযোগে ঘোষণা কৰে কেন্দ্ৰীয় পথ পৰিবহণ…

Read More
  • September 28, 2022

১ অক্টোবৰৰ পৰা সলনি হ’ব ডেবিট, ক্ৰেডিট কাৰ্ডৰ নিয়ম।

টোকেনাইজেচন হৈছে ডেবিট বা ক্ৰেডিট কাৰ্ডৰ সবিশেষৰ ঠাইত অপাৰেটিং বেংকে জাৰি কৰা টোকেন ব্যৱহাৰ কৰা। অৰ্থাৎ এতিয়া অনলাইনত কিবা এটাৰ বাবে ধন দিওঁতে এজন ব্যৱহাৰকাৰীয়ে তেওঁৰ কাৰ্ডত খোদিত কৰা ১৬টা…

Read More
  • September 27, 2022

গুৱাহাটীৰ আকাশত ৯খন যুদ্ধ বিমানেৰে বায়ুসেনাৰ এক মনোৰম কলা প্ৰদৰ্শন।

আজি গুৱাহাটীৰ লাচিত ঘাটৰ ওপৰত ভাৰতীয় বায়ুসেনাৰ সূৰ্য কিৰণ এৰোবেটিক দল চমুকৈ SKATএ বিমান এৰোবেটিক শ্ব’ প্ৰদৰ্শন কৰে।হক এমকে-132 বিমান ব্যৱহাৰেৰে স্কোয়াড্ৰনে এই এৰোবেটিক্স শ্ব’টো প্ৰদৰ্শন কৰে।পুৱা ১০ বজাৰ পৰা…

Read More
  • September 24, 2022

দেশত আৰম্ভ হ’ব 5G সেৱা।

অক্টোবৰৰ ১ তাৰিখৰ পৰা দেশত আৰম্ভ হ’ব ৫-জি সেৱা । যোৱা সোমবাৰে সফলতাৰে সমাপ্ত হোৱা ৫-জিৰ নিলামৰ পাছত চৰকাৰে লয় এই সিদ্ধান্ত । এই নিলামত অংশগ্ৰহণ কৰিছিল দেশৰ ৫টা মুখ্য…

Read More