sangbad lahar logo

Accident

  • February 4, 2024

নিশা দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীত অঘটন । ট্ৰেইন দুখনৰ মাজত তীব্ৰ হতাহতি । গুৰুতৰভাৱে আহত হৈছে বহু লোক ।

মণিপুৰৰ কুকি আৰু মাইটে ট্ৰেইনৰ মাজত হতাহতি । আহতসকলক দেৰগাঁৱৰ সামূহিক চিকিৎসালয়ৰ পৰা উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ কৰে । ইতিমধ্যে দেৰগাঁও সামূহিক চিকিৎসালয়ত উপস্থিত হৈ ঘটনাৰ সন্দৰ্ভত…

Read More
  • January 31, 2024

তিনিচুকীয়া ডিৰাক গেটত শোকাবহ পথ দুৰ্ঘটনা, নিহত এজন ।

তিনিচুকীয়া জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয় ৷বৰডুমচা থানাৰ অন্তৰ্গত এই পথছোৱাত সংঘটিত দুৰ্ঘটনাটোত নিহত লোকজন যোৰহাট লাহদৈগড় থানাৰ অন্তৰ্গত বালিচাপৰি ডেকা…

Read More
  • January 24, 2024

সোণাপুৰৰ কমাৰকুছিত ভয়ংকৰ পথ দুৰ্ঘটনা । চলন্ত বাছত তীব্ৰ বেগত খুন্দা বাইক চালকৰ ।

 AS09BC1125 নম্বৰৰ বাছখনে ডিভাইডাৰ পাৰ হওঁতেই বিপৰীত দিশৰ পৰা অহা বাইক এখনে প্ৰচণ্ড জোৰে  খুন্দা মাৰে । উক্ত দুৰ্ঘটনাত বাইকখনত থকা আবু বাক্কাৰ ছিদ্দিকি গুৰূত্বৰভাৱে আহত হোৱাৰ লগতে সামান্যভাৱে আহত…

Read More
  • January 23, 2024

গোলাঘাট -জিলাৰ বৰপথাৰৰ পাভজানত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাটোত থিতাতে নিহত হয় এগৰাকী মহিলা ।

নিহত মহিলাগৰাকী ৰূপালী বৰা (৪১) । গুৰুতৰভাৱে আহত যুৱকজনৰ নাম অবিনাশ বৰা (১৯)। উল্লেখযোগ্য যে, দুৰ্ঘটনাটোত নিহত ৰূপালী বৰা আৰু গুৰুত্বৰভাৱে আহত অবিনাশ বৰা সম্বন্ধত মাতৃ-পুত্ৰ । ঘটনাৰ প্ৰত্যক্ষদৰ্শীৰ পৰা…

Read More
  • January 20, 2024

গোৰেশ্বৰত ৰে’লৰ খুন্দাত নিহত এজন ।

গোৰেশ্বৰত ৰে’লৰ খুন্দাত নিহত এজন ।গোৰেশ্বৰ চহৰৰ ৰে’ল গেটৰ সমীপত ছিন্ন-ভিন্ন অৱস্থাত উদ্ধাৰ মৃতদেহটো ।নিহত লোকজন গুৱাহাটী লালগণেশৰ নিবাসী বাপ্পী চক্ৰৱৰ্তী বুলি জানিব পৰা গৈছে ।গোৰেশ্বৰত অস্থায়ীভাৱে চলি থকা “ৰাষ্ট্ৰীয়…

Read More
  • January 17, 2024

বঙাইগাঁও জিলাৰ চাকলাত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত চাকলা ১ম খণ্ডত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। ইছাহাক আলী নামৰ এজন ব্যক্তিৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। জানিব পৰা মতে, বৈদ্যুতিক শ্বৰ্ট…

Read More
  • January 16, 2024

মৰিগাঁও জিলাৰ কোঁৱৰগাঁও মালপুতাত অঘটন

মৰিগাঁৱৰ জিলাৰ কোঁৱৰগাঁও মালপুতাত অঘটন। বৈদ্যবড়িৰ ম’হযুঁজ চাই উভতি অহাৰ পথত কোঁৱৰগাঁও মালপুতাত  চলন্ত বাহনৰ পৰা পৰি মৃত্যুক সাৱটিলে এজন লোকে। নিহত লোকজনৰ ঘৰ জৰাবাৰীত বুলি জানিব পৰা গৈছে। সুৰামত্ত…

Read More
  • January 12, 2024

ভোগালী বিহুৰ প্ৰাকমূহুৰ্তত ঠায়ে ঠায়ে পথ দুৰ্ঘটনা । মহানগৰীৰ আজাৰাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত ৷ দুৰ্ঘটনাত আহত বাছখনৰ চালক ।

মহানগৰীৰ আজাৰাত স্কুল বাছ দুৰ্ঘটনাগ্ৰস্ত ৷NL01-AB-7689 নম্বৰৰ ট্ৰাকৰ সৈতে সংঘৰ্ষ স্কুল বাছৰ ৷শিক্ষাৰ্থীসহ দুৰ্ঘটনাত পতিত St. Joseph Schoolৰ বাছ ৷আজাৰাৰ পৰা মিৰ্জালৈ গৈ থকা সময়ত এই দুৰ্ঘটনা ৷আহত বাছখনৰ চালকক…

Read More
  • January 10, 2024

বোকাখাতৰ বিহৰাত ভয়ংকৰ পথ দু*** ।

এখন ডাম্পাৰ আৰু এখন বলেৰ’ পিক‌আপ ভান আৰু এখন বাইকৰ মুখামুখি সংঘৰ্ষ ।গুৰুতৰভাৱে আহত বাইকত অহা এগৰাকী মহিলা ।দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ নম্বৰ AS05C-8685 আৰুবলেৰ’ পিকআপখনৰ নম্বৰ AS05 C- 43201বাইকত অহা মহিলাগৰাকীক…

Read More
  • January 4, 2024

মৰিগাঁও মিকিৰভেটাত ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত হৈছে এগৰাকী বৃদ্ধ ।

AS05C4121 নম্বৰৰ এখন ট্ৰাকে মহতিয়ালে চাইকেল আৰোহীক।আহত চাইকেল আৰোহীগৰাকীক ততাতৈয়াকৈ মৰিগাঁও অসামৰিক চিকিৎসাললৈ প্ৰেৰণ কৰে ।৬০ বছৰীয়া আহত বৃদ্ধগৰাকীৰ ঘৰ মৰিগাঁও মিকিৰভেটাৰ নিৰঞ্জন ডেকা বুলি চিনাক্ত কৰা হৈছে ।ইতিমধ্যে চিকিৎসকে…

Read More