কাইলৈ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাজস্থান ৰয়েলছ আৰু চেন্নাই চুপাৰ কিংছৰ মেচ। ইতিমধ্যে ৪দিন পূৰ্বৰে পৰা গুৱাহাটীত বাহৰ পাতিছে ঘৰুৱা দল ৰাজস্থান ৰয়েলছে।৩০ মাৰ্চ ২০২৬ত নৈশলোকত অনুষ্ঠিত হ’ব লগা মেচখনৰ পূৰ্বে অনুৰাগীৰ বাবে আহিছে এক দুঃখবৰ। যিসকল অনুৰাগীয়ে মহেন্দ্ৰ সিং ধোনীৰ খেল চাম বুলি ভাবি আছে, তেওঁলোকে খেলপথাৰত দেখা নাপাব ধোনীক। দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট। কিয়নো দুসপ্তাহৰ বাবে মেচ খেলাৰ পৰা বিৰত থাকিব লাগিব ধোনী। উল্লেখযোগ্য যে, কলাফুলৰ আঘাতৰ বাবে আই পি এলৰ প্ৰথম পৰ্বত নাথাকিব অনুৰাগীৰ ধোনী।

দেখা নাপাব ধোনীৰ চিৰ পৰিচিত হেলিকপ্টাৰ শ্বট বৰ্ষাপাৰাত ধোনীক চোৱাৰ পৰা বঞ্চিত হ’ব অনুৰাগী
Releated Posts
কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬
কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম…
অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ
অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে ভাল খবৰ গুৱাহাটীলৈ আহি আছে সকলোৰে প্ৰিয় ক্ৰিকেটাৰ ধোনী, কোহলী, বুমৰাহ, ৰোহিতক চাবলৈ সাজু…
ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ
ক্ৰিকেটপ্ৰেমীৰ বাবে ভাল খবৰ। ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব IPL। গুৱাহাটীত IPLৰ ৩খনকৈ মেচ। ৩০ মাৰ্চত চেন্নাই ছুপাৰ…
২০২৬ টি-২০ বিশ্বকাপত ভাৰতৰ ঐতিহাসিক বিজয়
২০২৬ চনৰ আই চি চি পুৰুষ টি-২০ বিশ্বকাপৰ ফাইনেলত নিউজীলেণ্ডক পৰাস্ত কৰি ভাৰতীয় দলে বিশ্ব বিজয়ীৰ খিতাপ অৰ্জন…















