• Home
  • অসম
  • নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ
Image

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ

নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিব অমিত শ্বাহ। আজি বিয়লি ৫ বজাত গুৱাহাটীত অমিত শ্বাহৰ ৰোড শ্ব’।আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ পৰা লালগণেশলৈ হ’ব ৰোড শ্ব’।মধ্য গুৱাহাটী সমষ্টিত আজি নিৰ্বাচনী ৰণডংকা বজাব শ্বাহে

এই ৰোড শ্ব’ত অংশ ল’ব গৃহমন্ত্ৰী অমিত শ্বাহে

মধ্য গুৱাহাটীৰ বিজেপি প্ৰাৰ্থী বিজয় গুপ্তাৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

হোটেল ভিভাণ্টাত ৰাজ্যিক বিষয়ববীয়াৰে বৈঠকত অংশ ল’ব

কাইলৈ ঢেকীয়াজুলি, টিহু সমষ্টিত অমিত শ্বাহৰ বিশাল জনসভা

ঢেকীয়াজুলিৰ বিজেপি প্ৰাৰ্থী অশোক সিংহলৰ হৈ চলাব প্ৰচাৰ

টিহুৰ বিজেপি প্ৰাৰ্থী চন্দ্ৰমোহন পাটোৱাৰীৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ

Releated Posts

USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬

প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক গুৰুত্বপূৰ্ণ…

ByByMahesh Malakar Apr 18, 2026

USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬:

প্ৰেছ বিজ্ঞপ্তি USTM-ত ৫ দিনীয়াকৈ অনুষ্ঠিত হব NSS উৎসৱ ২০২৬: যুৱ শক্তিক সশক্ত কৰি ৰাষ্ট্ৰীয় একতাৰ দিশে এক…

ByByMahesh Malakar Apr 18, 2026

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক সকলো নাৰীকে মানুহ বুলি ভাবক আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়…

ByByMahesh Malakar Apr 18, 2026

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি

নিশা জুবিনক্ষেত্ৰত যুৱতীৰ অসভ্যালি, অভদ্ৰামি, উদ্ভণ্ডালি পবিত্ৰ জুবিনক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিলে যুৱতীয়ে জুবিন গাৰ্গৰ পৱিত্ৰ স্থানত অভাব্য…

ByByMahesh Malakar Apr 18, 2026
Scroll to Top