sangbad lahar logo

ক্ৰীড়া

  • September 16, 2023

ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা ।

সমগ্ৰ তিনিচুকীয়া জিলাৰ লগতে ৰাজ্যবাসীৰ বাবে আছে এক সুখবৰ । তিনিচুকীয়ালৈ গৌৰৱ কঢ়িয়াই আনিছে আকাংক্ষা হাজৰিকাই । কিয়নো, ভাৰতৰ ছোৱালী হেণ্ডবল দললৈ নিৰ্বাচিত হৈছে তিনিচুকীয়াৰ আকাংক্ষা হাজৰিকা । ইতিমধ্যে ইন্দো-বাংলাদেশ…

Read More
  • September 8, 2023

দিল্লীত অৱস্থিত PRO  PANJA  LEAGUE ত KIRAAK HYDERABAD TEAM  ৰানাৰ্চ আপ খিতাপ অৰ্জন ।

দিল্লী ইণ্ডিয়া গান্ধী ষ্ট্ৰেডিয়ামত হোৱা ১৮ জুলাইৰ পৰা ১৩ আগষ্টলৈ অনুষ্ঠিত প্ৰৰ’ পাঞ্জা লীগৰ চূড়ান্ত খেলত কিৰাক হাইদৰাবাদ টিমে ৰাৰ্ণাছ আপ লাভ কৰি সুনাম অৰ্জন কৰে  ।  উক্ত টিমত অসমৰ…

Read More
  • August 15, 2023

সোণাপুৰৰ মালয়বাৰীত এদিনীয়া প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা ।

আজি স্বাধীনতা দিৱস, স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি যুৱপ্ৰজম্মক ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰাৰ উদ্দেশ্যেৰে মঙ্গলবাৰে সোণাপুৰৰ মালয়বাৰী লক্ষীটাৰী খেলপথাৰত অনুষ্ঠিত হয় স্বৰ্গীয় কনক কলিতা আৰু মিহিবালা কলিতা সোঁৱৰণি এদিনীয়া প্ৰাইজমানি…

Read More
  • July 26, 2023

 বি চি চি আইৰ যুটীয়া সচিব তথা প্ৰাক্তন ক্ৰিকেটাৰ দেৱজিৎ শইকীয়াৰ কান্ধত গধূৰ দায়িত্ব। ভাৰতত অনুষ্ঠিত হ’বলগীয়া আই চি চি বিশ্বকাপৰ মেচ সফল কৰি তোলাৰ বাবে তিনিখনকৈ হ’ষ্ট চিটিৰ দায়িত্ব দেৱজিৎ শইকীয়াৰ কান্ধত ।

সকলো ফালৰ পৰা যাতে এই মেচসমূহ সূচাৰু ৰূপে অনুষ্ঠিত হয়, কোনোধৰণৰ সমস্যাৰ সৃষ্টি নহয় সেই সকলোবোৰ দিশ চাব লাগিব শইকীয়াই। উল্লেখ্য যে, আই চি চি এদিনীয়া বিশ্বকাপ সফলভাৱে অনুষ্ঠিত কৰাত কোনো…

Read More
  • July 7, 2023

আজি মহেন্দ্ৰ সিং ধোনিৰ ওপজা দিন । অন্ধ্ৰপ্ৰদেশৰ নন্দীগামত তেওঁৰ ওপজা দিন উপলক্ষে অনুৰাগীয়ে সাজি উলিয়ালে ৭৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু হায়দৰাবাদত ৫২ ফুট ওখ, ধোনিৰ কাটআউট ।

এয়াই মহেন্দ্ৰ সিং ধোনিৰ বাবে থকা অনুৰাগীৰ মৰম ভালপোৱা । অন্ধ্ৰপ্ৰদেশৰ নন্দীগামত মহেন্দ্ৰ সিং ধোনিৰ ওপজা দিন উপলক্ষে অনুৰাগীয়ে সাজি উলিয়ালে ৭৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি আৰু হায়দৰাবাদত ৫২ ফুট ওখ…

Read More
  • May 31, 2023

লখিমপুৰৰ বগিনদীত ১৬ তম্ উকা ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাত তিনিচুকীয়া জিলাৰ খেলুৱৈয়ে ২৭ টা পদকৰে বৃহৎ সফলতা লাভ কৰে ।

২৭ আৰু ২৮ মে’ত অনুষ্ঠিত কাৰটে প্ৰতিযোগিতাত খেলুৱৈসকলে ৭টা সোণ, ৭টা ৰূপ আৰু ১৩টা ব্ৰঞ্জ সৰ্বমুঠ ২৭ টা পদকেৰে জিলাখনৰ খেলৰ সুনাম অক্ষুণ্ণ ৰাখিলে । সোণৰ পদক তন্বিৰ সোনোৱাল, নিৰ্মলা…

Read More
  • May 20, 2023

আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰা জিতুমণি দাসক গাওঁবাসীয়ে জনালে উষ্ম আদৰণি ।

ইণ্ডো নেপাল কাৰাটে খেলত স্বৰ্ণ পদক অৰ্জন জাগীৰোড ঠাকুৰডোভাৰ জিতুমণি দাসৰ । দেশ তথা সমগ্ৰ ৰাজ্যৰ লগতে জাগীৰোডলৈ গৌৰৱ কঢ়িয়াই আনিলে জিতুমণি দাসে। ১৩মে’ৰ পৰা ১৫মে’লৈ ঝাৰখণ্ডত অনুষ্ঠিত হোৱা ইণ্ডো…

Read More
  • April 16, 2023

নেপালত অনুষ্ঠিত ইণ্ডো  নেপাল গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত উজ্বলিল তিনিচুকীয়াৰ দুই যুৱক । সোণৰ পদক অৰ্জন কৰা তিনিচুকীয়াৰ দুগৰাকী খেলুৱৈ ক্ৰমে লীলাম্বৰ মৰাণ আৰু ৰক্তিম মৰাণ ।

অসমৰ লগতে তিনিচুকীয়াবাসীৰ বাবে আছে এটা সুখবৰ । নেপালত অনুষ্ঠিত ইণ্ড’  নেপাল গেমছ ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত ভাৰতীয় দলৰ হৈ প্ৰতিনিধিত্ব কৰি হেণ্ড বল প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন তিনিচুকীয়াৰ  দুগৰাকী খেলুৱৈ ক্ৰমে…

Read More
  • April 12, 2023

এদিনীয়া বিশ্বকাপৰ পূৰ্বে ভাৰতৰ বাবে ভাল খবৰ । ভাৰতে বিচাৰি পালে এজন বিস্ফোৰক ফিনিচাৰ ।  

মহেন্দ্ৰ সিং ধোনিৰ পৰৱৰ্তী সময়ত ভাৰত দীৰ্ঘদিন ধৰি এজন বিস্ফোৰক ফিনিচাৰৰ সন্ধানত আছিল । এগৰাকী ফিনিচাৰৰ অভাৱ ভাৰতীয় শিবিৰে বাৰুকৈয়ে অনুভৱ কৰিছিল । ভাৰতৰ সেই অভাৱ দূৰ কৰিলে চলিত আই…

Read More