• Home
  • অসম
  • ১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল
Image

১০ এপ্ৰিলত ঘোষণা কৰা হ’ব এইবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

নিৰ্বাচনৰ পাছদিনাই ঘোষণা কৰা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। নিৰ্বাচনী প্ৰচাৰৰ মাজতে বোকাজানত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। পৰীক্ষাৰ্থীৰ প্ৰশ্নৰ উত্তৰতে ফলাফলৰ দিন জনালে মুখ্যমন্ত্ৰীয়ে।উল্লেখযোগ্য যে ১০ ফেব্ৰুৱাৰীৰ পৰা ২৭ ফেব্ৰুৱাৰী, ২০২৬লৈকে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। SEBAৰ পৰিৱৰ্তে ASSEBৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।২০২৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল।

Releated Posts

ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত কুংকি চৌধুৰী

মধ্য গুৱাহাটী সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী কুংকি চৌধুৰী ভোটগ্ৰহণৰ সম্পূৰ্ণ হোৱাৰ পিছতে বিপদত পৰিল । কুংকি চৌধুৰীৰ…

ByByMahesh Malakar Apr 10, 2026

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে…

ByByMahesh Malakar Apr 10, 2026

পুত্ৰ গৌৰৱৰ সৈতে ভোট দিবলৈ আহি কি ক’লে ডলী গগৈয়ে

যোৰহাটত পুত্ৰ গৌৰৱ গগৈৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰিলে মাতৃ ডলী গগৈয়ে। বিধানসভা নিৰ্বাচনত পুত্ৰ অৱৰ্তীণ হোৱাৰ পাছত ভোট…

ByByMahesh Malakar Apr 9, 2026
Scroll to Top