sangbad lahar logo

অপৰাধনামা

  • October 8, 2023

নুনমাটিৰ গণেশ মন্দিৰ পথত চাঞ্চল্যকৰ ঘটনা । স্কুটীত মৃ. ত. দে. হ.  পেলাবলৈ অনা শিহৰণকাৰী দৃশ্য বন্দী CCTV ত ।

মৃ. ত.  যুৱকজন বামুণীমৈদামৰ ৰোহিত দৰ্জী । শনিবাৰে বিয়লিৰ ভাগৰ ঘটনা এয়া । স্থানীয় ৰাইজে দেখা পোৱাত স্কুটী এৰি পলায়ন দুৰ্বৃত্তৰ । ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অৱগত কৰে নুনমাটি আৰক্ষীক…

Read More
  • October 6, 2023

ভগদত্তপুৰৰ অধ্যাপিকাৰ ঘৰত শিশু শ্ৰমিকৰ নিৰ্যাতনক লৈ মুখ খুলিছে জিলা শিশু সুৰক্ষা বিষয়াই । কি কি তথ্য পোৱা গৈছে ৰিপৰ্টত । সবিশেষ জানিবলৈ তলত দিয়া লিংকটোত ক্লিক কৰক ।

ভগদত্তপুৰৰ প্ৰিয়া Exotica apartment ত পোৱা গৈছিল শিশুটি । ঘৰুৱা শিশু শ্ৰমিক হিচাপে ব্যৱহাৰ কৰি অত্যাচাৰ কৰি আহিছিল শিশুটিক । জিলা দণ্ডাধীশৰ উপস্থিতিত উদ্ধাৰ কৰিলে Child Line  য়ে । চিকিৎসকে…

Read More
  • October 5, 2023

 বোকাখাতৰ ৰজাবাৰী পল ক্লাবৰ সমীপত শোকাৱহ ঘটনা । স্বামীয়ে সংযোগ কৰি থোৱা বিদ্যুতৰ তাঁৰত লাগি পত্নীৰ মৃ. ত্যু.  ।

পত্নীক হ. ত্যা.  কৰি কেমেৰাৰ সন্মুখত স্বামীৰ স্বীকাৰোক্তি । পত্নীয়ে ঘৰৰ বাহিৰ ওলাব নোৱৰাকৈ প্ৰতিদিনে সংযোগ কৰে বিদ্যুৎ । বিছনাৰ কাষতে সংযোগ কৰি থৈ যায় বিদ্যুৎ । স্বামী বাবুল নাহকে…

Read More
  • October 4, 2023

ডিব্ৰুগড়ৰ নগাঘুলিত বোৱাৰীৰ ৰহস্যজনক মৃ. ত্যু. ক. লৈ চাঞ্চল্য ।

সাত মহীয়া অন্তঃসত্ত্বা বোৱাৰীৰ ৰহস্যজনক মৃ. ত্যু. । চাহেবা খাতুন নামৰ বোৱাৰীগৰাকীৰ মৃ. ত্যু. ক লৈ প্ৰচণ্ড মাৰপিট । ঘটনাত এগৰাকী মহিলা, এজন যুৱক আহত । স্বামী লিয়াকত আলীৰ বিৰুদ্ধে…

Read More
  • September 29, 2023

আহমেদাবাদৰ স্পা কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ ৷ অভিযুক্ত মহছিন খানক গ্ৰেপ্তাৰ ৷

উত্তৰ-পূবৰ যুৱতীক নিৰ্মম প্ৰহাৰ কৰিছিল মহছিনে ৷ এখন গেলেক্সী স্পাত কৰ্মৰত আছিল যুৱতীগৰাকী ৷ যুৱতীগৰাকীক ৰাজপথতে প্ৰহাৰ কৰিছিল মহছিনে ৷

Read More
  • September 18, 2023

দুলীয়াজনত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড । দুলীয়াজানৰ টিপলিং তিনিআলিৰ ওচৰত এগৰাকী মহিলাৰ মৃতদেহ  উদ্ধাৰ কৰা হয় । 

দুলীয়াজান থানাৰ আৰক্ষীৰ লগতে চক্ৰ বিষয়া উপস্থিত থাকি মৃতদেহ উদ্ধাৰ কৰা হয় । মহিলাগৰাকীৰ স্বামীয়ে হত্যা কৰি শিলৰ দমৰ মাজত ঢাকি ৰাখিছিল ।  হত্যাকাৰীজনক ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক চমজাই দিয়ে…

Read More
  • September 9, 2023

মাকুম ছোটা হাপজানৰ ২৫ নং চাহ  বাগিচাত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ  । এগৰাকী স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰায় ৪২ বছৰ বয়সৰ বীৰেন্দ্ৰ সিঙ নামৰ লোকজন বিহাৰৰ বুলি জানিব পৰা গৈছে ।

মাকুম ছোটা হাপজানৰ ২৫ নং চাহ বাগিচাত হত্যাকাণ্ডৰ ঘটনা । অতি নিৰ্মমভাৱে হত্যা কৰি মুখমণ্ডলত কাপোৰেৰে বান্ধি পলিথিনেৰে মেৰিয়াই থোৱা অৱস্থাত উদ্ধাৰ মৃতদেহটো । এগৰাকী স্থানীয় লোকৰ ভাষ্য অনুসৰি, প্ৰায়…

Read More
  • September 4, 2023

ডিব্ৰুগড়ৰ বাণীপুৰৰ ঢেকেৰি গাঁৱত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰে চাৰি লম্পটে ।

দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা এগৰাকী যুৱতীক । ডিব্ৰুগড়ৰ বাণীপুৰৰ ঢেকেৰি গাঁৱত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰে চাৰি লম্পটে । ঘৰৰ ভিতৰত চিপ লাগি থকা অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰে স্থানীয়লোকে…

Read More
  • August 27, 2023

বিলাসীপাৰাত পুনৰ সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড । শুৱাপাটিতে এহাল দম্পত্তিক নির্মমভাৱে হত্যা কৰে কোনো অচিনাকী দুৰ্বৃত্তই ।

বিলাসীপাৰা ৰাণীগঞ্জৰ কুর্শাকাটীত সংঘটিত হৈছে এই ভয়ংকৰ হত্যাকাণ্ডৰ ঘটনা । দুৰ্বৃত্তই প্রাণ কাঢ়ি লোৱা দম্পতি হাল শ্বাহজামাল শ্বেখ(50)  আৰু নার্জিমা বেগম (42) ঘটনাস্থলীত ধুবুৰী জিলা আৰক্ষী অধীক্ষক উপস্থিত হৈ তদন্ত…

Read More
  • August 17, 2023

ভাগিনীয়েকক হত্যা কৰিলে মোমায়েকে । ক’ত সংঘটিত হৈছে এনে জঘন্য কাণ্ড ? সবিশেষ জনাৰ বাবে তলত দিয়া লিংকটোত ক্লিক কৰক ।

মৰিগাঁও আৰক্ষীৰ জালত এটা হত্যাকাৰী  । ধৃত হত্যাকাৰীটোৰ নাম হেমচন্দ্ৰ নাথ । মৰিগাঁও সোণাৰিগাঁৱৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হেমচন্দ্ৰক । শুকুৰবাৰে নিশা নিজ ভাগিনীয়েক ৩৫ বছৰীয়া শ্যামল বৰাক হত্যা…

Read More