Image

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬

কাইলৈৰ পৰা আৰম্ভ আই পি এল- ২০২৬ প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচত ভাগ ল’ব ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু বনাম ছানৰাইজাৰ্ছ হায়দৰাবাদ। মেগা প্ৰতিযোগিতাখনৰ উদ্বোধনী মেচ অনুষ্ঠিত হ’ব বাংগালুৰুস্থিত এম চিন্নাস্বামী ষ্টেডিয়ামত।সন্ধিয়া ৭-৩০ বজাৰ পৰা আৰম্ভ হ’ব লগা এই মেচখনক লৈ ইতিমধ্যে দেশৰ ক্ৰিকেট অনুৰাগী অধীৰ আগ্ৰহেৰে বাট চাই আছে। তিমধ্যে আই পি এলৰ প্ৰতিটো ফ্ৰেন্সাইজীয়ে নিজৰ নিজৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। খিতাপ দখলৰ উদ্দেশ্যে প্ৰতিটো দলে প্ৰস্তুত কৰিছে সুকীয়া সুকীয়া ৰণকৌশল। প্ৰায় দুমাহ ধৰি চলিব আই পি এল মহাৰণ।

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ

বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ বিশ্ব কঁপোৱা আহমেদাবাদৰ অভিশপ্ত বিমান দুৰ্ঘটনাৰ এবছৰ সম্পূৰ্ণ আজিৰ দিনটোতেই…

ByByMahesh Malakar Jun 12, 2026

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ

কংগ্ৰেছত বিলীন হ’ব ওলাইছে মমতাৰ তৃণমূল কংগ্ৰেছ বিধানসভা নিৰ্বাচনত মমতাৰ বিপৰ্যয়ৰ পিছতেই ইতিহাস হ’ব পাৰে তৃণমূল কংগ্ৰেছ কংগ্ৰেছলৈ…

ByByMahesh Malakar Jun 11, 2026

বাংলাদেশী প্ৰেমিকাই হ*ত্যা কৰিলে অসমৰ যুৱকক

বাংলাদেশী প্ৰেমিকাই হত্যা কৰিলে অসমৰ যুৱকক চেন্নাইত নৃশংসভাৱে হ*ত্যা অসমৰ যুৱকক কাটি টুকুৰা টুকুৰা কৰি বেগত ভৰাই পেলাই…

ByByMahesh Malakar Jun 10, 2026
Scroll to Top