আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন
নিৰ্বাচনৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ
কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে
ইতিমধ্যে কলিয়াবৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
কাজিৰঙাৰ এলিভিটেড কৰিড’ৰৰ কৰিব শিলান্যাস
প্ৰথমখন অমৃতভাৰত এক্সপ্ৰেছ ৰে’লও শুভাৰম্ভৰ কৰিব মোদীয়ে
মৌচান্দা খেলপথাৰত বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে













