• Home
  • অসম
  • আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন
Image

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ

কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে

ইতিমধ্যে কলিয়াবৰলৈ ৰাওনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কাজিৰঙাৰ এলিভিটেড কৰিড’ৰৰ কৰিব শিলান্যাস

প্ৰথমখন অমৃতভাৰত এক্সপ্ৰেছ ৰে’লও শুভাৰম্ভৰ কৰিব মোদীয়ে

মৌচান্দা খেলপথাৰত বিশাল ৰাজহুৱা সভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে

Releated Posts

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ

আকৌ সাধাৰণ জনতাক জুৰুলা চৰকাৰৰ ৰাজ্যৰ নিৰ্বাচনী বৈৰণী পাৰ হোৱাৰ পিছতেই অসমৰ প্ৰতিটো জিলাত চেঞ্চুৰি কোবালে পেট্ৰ’লৰ মূল্যই…

ByByMahesh Malakar May 15, 2026

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা

শপতগ্ৰহণৰ ২৪ঘণ্টাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মাৰ ২৪টা বৃহৎ ঘোষণা প্ৰথমখন কেবিনেটৰ ২৪টা সিদ্ধান্ত আপুনি জানেনে? অতি শীঘ্ৰেই ৰাজ্যত…

ByByMahesh Malakar May 14, 2026

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC

শীঘ্ৰেই ৰাজ্যত আহি আছে UCC অসমৰ মুছলমান সমাজত সলনি হ’ব পূৰ্বৰ সকলো নিয়ম বিবাহ কেৱল কুবুল হ্যে বুলি…

ByByMahesh Malakar May 14, 2026

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026
Scroll to Top