দেশ জোকাৰি যোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু ৯গৰাকী লোকৰ
এটা ৪মহলীয়া অট্টালিকাত সংঘটিত হৈছিল অগ্নিকাণ্ড
অট্টালিকাটোৰ দ্বিতীয় মহলাৰ পৰা উদ্ধাৰ হৈছে মৃতদেহকেইটা
দিল্লীৰ বিবেক বিহাৰ এলেকাত ভয়ংকৰ অগ্নিকাণ্ড
প্ৰায় তিনিঘন্টাৰ অন্তত অগ্নিনিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্ননিৰ্বাপক বাহিনীৰ দলে
অগ্নিকাণ্ড হোৱাৰ স্থানৰ আৰক্ষীৰ অভিযান আৰম্ভ













