নিৰ্বাচনী ফলাফলৰ মাজতেই ৰাজ্যত ভয়ংকৰ বিস্ফোৰণ
নিশা ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ
বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ বাসগৃহত হাহাকাৰ
৬ টাকৈ পেট্ৰল বোমা নিক্ষেপ কংগ্ৰেছ প্ৰাৰ্থীগৰাকী বাসগৃহলৈ
দুটা বোমা চৌহদৰ ভোটাৰ ভয়ংকৰ বিস্ফোৰণ
কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ ডিফুস্থিত বাসগৃহত ভয়ংকৰ বিস্ফোৰণ













