• Home
  • অসম
  • কেতিয়া গঠন হ’ব নতুন চৰকাৰ?
Image

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

কেতিয়া গঠন হ’ব নতুন চৰকাৰ?

ৰাজ্যপালক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আজি ১১:৩০ বজাত আনুষ্ঠানিক ভাৱে পদত্যাগ কিৰণ হিমন্ত বিশ্ব শৰ্মাই

১০ মে’ত নতুন চৰকাৰে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা

৯ মে’ত পশ্চিম বংগত শপতগ্ৰহণ কৰিব নতুন চৰকাৰে

১০ মে’ত খানাপাৰাত নৱ নিৰ্বাচিত চৰকাৰে শপত লোৱাৰ সম্ভাৱনা

শীঘ্ৰেই নৱনিৰ্বাচিত বিধায়কসকলৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

এই বৈঠকতে নতুন চৰকাৰ গঠনৰ লগতে আন আন বিষয় সন্দৰ্ভত হ’ব আলোচনা

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top