বছৰৰ অন্তিমটো দিনত বিলাসীপাৰাত ভয়ংকৰ অ***ণ্ডৰ ঘটনা ।

বিলাসীপাৰা সমজিলাৰ টিলাপাৰা বজাৰত বিধ্বংসী অগ্নিকাণ্ড । অগ্নিকাণ্ডত ভস্মীভূত হয় কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু দোকান-পোহাৰ। পুৱাৰ ভাগত লগা জুইৰ লেলিহান শিখাই পুৰি ছাৰখাৰ কৰে কেইবা কোটি টকাৰ সা-সম্পত্তি । জুইৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই যদিও বৈদ্যুতিক শ্বৰ্টচাৰ্কিটৰ ফলত এই বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ । পৰৱৰ্তী সময়ত কিছু পলমকৈ হলেও ঘটনাস্থলীত … Read more

বঙাইগাঁও জিলাৰ মানিকপুৰত অগ্নিকাণ্ড । কথমপি ৰক্ষা পৰিছে বহু দোকান আৰু মানুহৰ ঘৰ-দুৱাৰ । প্ৰায় ৫০ লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত ।

বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জামদহা (বেকাৰচক) বজাৰত সন্ধিয়া ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । অগ্নিকাণ্ডত প্ৰায় ৭ খনকৈ দোকান জ্বলি ভস্মীভূত হয় । আকবৰ আলী, নুৰ ইছলাম, কাবিজ উদ্দিন, জাকিৰ হুছেইন, বাবুল আজাদ, নৰেশ দাস, আমিনুল ইছলামৰ দোকান সম্পূৰ্ণৰূপে জ্বলি যায় । অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই … Read more