• Home
  • অসম
  • আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
Image

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আজি দিনৰ ১১.৩০ বজাত পদত্যাগ কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

মুখ্যমন্ত্ৰীৰ পদ এৰিব হিমন্ত বিশ্ব শৰ্মাই

শীঘ্ৰেই ৰাজ্যপালৰ হাতত পদত্যাগ পত্ৰ প্ৰেৰণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

আৰু ইয়াৰ লগে লগে ভংগ হ’ব মন্ত্ৰীসভা

বিজেপিৰ বৃহৎ জয়লাভৰ পিছতেই শীঘ্ৰেই বাছনি কৰা হব বিজেপি বিধায়িনী গোটৰ দলপতি

হিমন্ত বিশ্ব শৰ্মাকে পুনৰ বিধায়নী গোটৰ দলপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা

লগতে পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপেও হিমন্ত বিশ্ব শৰ্মাকে নিৰ্বাচিত কৰাৰ সম্ভাৱনা

Releated Posts

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া

যিকোনো মূহুৰ্তত কোনে গ্ৰেপ্তাৰ হ’ব পাৰে পৱন খেড়া জামিন পাইও বিপদে লগ এৰা নাই পৱন খেড়াক নতুনকৈ গোচৰ…

ByByMahesh Malakar May 13, 2026

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল

অখিল গগৈৰ সৈতে মিত্ৰতা কংগ্ৰেছৰ ঐতিহাসিক ভুল ‘ধুবুৰীত ১০ লাখ ভোটত মোক জিকাইছে বুলি ফিতাহি মাৰি অখিল গগৈয়ে’…

ByByMahesh Malakar May 13, 2026

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি

আদালতত সম্পন্ন নহল শ্যামকানু মহন্তক জামিনৰ শুনানি শ্যামকানুৰ জামিন আবেদন গ্ৰহণ নকৰিলে ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ আদালতে জে’লতেই দিন…

Scroll to Top