অসম-অৰুণাচল সীমান্তৰ জাগুনত ড্ৰাগছসহ আটক পতি-পত্নীক।

🌐জাগুন আৰক্ষী চকীৰ অন্তৰ্গত কাৰপুমপুলি গাঁৱৰ মহিলা সমিতি আৰু গাঁওৰক্ষী বাহিনীয়ে যৌথভাৱে গাঁৱখনত নিষিদ্ধ ড্ৰাগছ বিৰোধী অভিযান চলাই ৰাজা পেগু নামৰ কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ঘৰৰ পৰা ৯ গ্রাম সন্দেহযুক্ত হেৰ’ইন, চাধা টেমা, মোবাইল আৰু নিচাযুক্ত টেবলেট জব্দ কৰিবলৈ সক্ষম হয়।🌐মহিলা সমিতি আৰু গাঁৱৰ ৰাইজে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী ৰাজা পেগুক আৰু তেওঁৰ পত্নীক আটক কৰি জাগুন … Read more

ডিগবৈত পুখুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

ডিগবৈৰ পাৰ্শ্বৱৰ্তী টিংৰাই শ্ৰীকৃষ্ণ চাহ বাগিছাৰ লাইনত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে । শুকুৰবাৰে সন্ধিয়া শ্ৰীকৃষ্ণ চাহবাগিছাৰ গাংগো লাইনৰ এটা অংগনবাড়ী কেন্দ্ৰৰ পাছফালৰ পুখুৰীত এটা নৱজাতকৰ মৃতদেহ স্থানীয়লোকে প্ৰত্যক্ষ কৰি ডিগবৈ আৰক্ষী থানাত অৱগত কৰে। 🌐ঘটনাস্থলীত আশাকৰ্মী উপস্থিত হৈ স্থানীয় কোনো লোকে এই অপকৰ্ম কৰাৰ সন্দেহত অনুসন্ধান কৰি … Read more

ডিগবৈত শ্ৰমিক আন্দোলনৰ “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ উন্মোচন।

প্ৰায় দুকুৰি বছৰ ডিগবৈ শোধনাগাৰত চাকৰি কৰাৰ লগতে ট্ৰেড ইউনিয়নৰ অভিজ্ঞতাৰে অভিজ্ঞ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ শ্ৰমিক নেতা, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা নগেন চুতীয়াই নতুন প্ৰজন্মৰ বাবে “ডুখৰীয়া” ছবি শীৰ্ষক গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে । শুকুৰবাৰে নিশা মিনাৰেল অইল ৱাকাৰ্ছ ইউনিয়ন সভাকক্ষত অনুষ্ঠিত সভাত সূচনা কৰে কবি ৰশ্মি ৰঞ্জন বৰুৱাই । মূল্যৱান গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট … Read more

মৰিগাঁৱত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাৱিত্ৰী ঠাকুৰৰ বিভিন্ন আঁচনি পৰিদৰ্শন ।

মৰিগাঁও মানিপুৰত উপস্থিত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী সাবিত্ৰী ঠাকুৰ । দুদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে মৰিগাঁৱত বৃহস্পতিবাৰে উপস্থিত হৈছিল মন্ত্ৰীগৰাকী । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মহিলা আৰু কৃষকসকলক আগুৱাই লৈ যোৱাৰ যি প্ৰয়াস দেখিছিল সেই প্ৰয়াসক এক নতুন গতি প্ৰদান কৰাৰ লক্ষ্যৰে এই পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ । দুদিনীয়া কাৰ্যসূচীত মৰিগাঁও জিলাৰ শিশু ,মহিলা, জনজাতীয় লোকসকলক বিশেষ গুৰুত্ব প্ৰদান … Read more

ধিং ধ**ণ কাণ্ডৰ তিনি ধ**ণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ ।

◆ধিঙৰ জঘন্য ধৰ্ষণ কাণ্ডৰ ধৰ্ষণকাৰীৰ ফাঁচীৰ দাবীত বেচামাৰীত উত্তাল প্ৰতিবাদ।◆ধিঙৰ বেচামাৰীৰ সকলো বিদ্যালয় বন্ধ কৰি সমদল উলিয়াই ছাত্ৰ-ছাত্ৰীয়ে কঁপাইছে ৰাজপথ।◆ধৰ্ষণকাৰীক অতি সোনকালে কৰায়ত্ব কৰি ফাঁচী দিয়াৰ দাবীত উত্তাল বেচামাৰী।◆ধিঙৰ লগতে বেচামাৰী বজাৰো সম্পূৰ্ণৰূপে বন্ধ থাকে।◆বেচামাৰীৰ প্ৰতিখন বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ।ধিং কাণ্ডক লৈ ‘X’যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া । DGPক … Read more

মানকাচাৰত বৃহৎ পৰিমাণৰ নিচাজাতীয় দ্ৰব্যৰ সৈতে সৰবৰাহকাৰীক আটক ।

দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰৰ নিউমাৰকেটত মানকাচৰ আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে । এক গোপন সূত্ৰৰ পম খেদি মানকাচৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত চলা এক অভিযানত মানকাচৰ বেপাৰীপাৰা গাঁৱৰ আতাবুৰ ৰহমানৰ পুত্ৰ নুৰ আলমৰ পৰা ৩৩৬ টা Spshen+কেপছুল আৰু Sampex plus নামৰ টেবলেট ৮০ টাৰ লগতে নগদ ২৮০০ টকা উদ্ধাৰ কৰিবলৈ সক্ষম … Read more

গোলকগঞ্জত চোৰাং গৰু ভৰ্তি বাহন জব্দ । উদ্ধাৰ ৫ টাকৈ চোৰাং গৰু ।

চোৰাং গৰু সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলকগঞ্জ আৰক্ষীৰ অভিযান অব্যাহত আছে ।খেদি খেদি গৈ AS01V0183 নম্বৰৰ বিলাসী হুন্ডাই বাহনসহ জব্দ কৰিবলৈ সক্ষম হয় ৫ টাকৈ গৰু।প্ৰাপ্ত তথ্য মতে, আজি নিশা ১১ মান বজাত এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিতকলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে গোলকগঞ্জৰ বিৰাটনগৰ চাৰিআলিৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত খাপপিটি আছিল। সেই … Read more

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন ।

সেৱা ভাৰতী পূৰ্বাঞ্চলৰ উদ্যোগত আৰু যোগ বিদ্যা গুৰুকুল নাচিকৰ সহযোগত উত্তৰ গুৱাহাটীস্থিত উদিত লক্ষ্মী বিবাহ ভৱনত যোগ শিক্ষক সন্মিলন-২০২৪ আয়োজন কৰা হয় । প্ৰান্ত যোগ প্ৰমুখ অৰূপ জ্যোতি দাসে আঁতধৰা অনুষ্ঠানটি বন্তি প্রজ্জ্বলনেৰে শুভাৰম্ভ কৰে জেষ্ঠ্য প্ৰচাৰক ভাস্কৰ কুলকাৰ্ণিয়ে । উদ্বোধনী ভাষণ প্ৰদান কৰে সেৱা ভাৰতী পূৰ্বাঞ্চলৰ ক্ষেত্ৰ সংগঠন মন্ত্ৰী সুৰেন্দ্ৰ তালখেড়কৰজীয়ে । অনুষ্ঠানত উপস্থিত … Read more

মৰিগাঁৱত আসাম ষ্টেট আউটচ’ৰ পাৱাৰ ৱ’কাৰ্চ ইউনিয়নৰ বিক্ষোভ ধৰ্ণা কাৰ্যসূচী ।

অসমৰ শক্তিখণ্ডৰ তিনিওটা কোম্পানী ক্রমে APDCL,AEGCLআৰু APGCLৰ অস্থায়ী কৰ্মচাৰীৰ যৌথ মঞ্চ আছাম স্টেট আউটচৰ পাৱাৰ ৱা’কাৰ্চ ইউনিয়নে বিগত বছৰসমূহত শক্তিখণ্ডৰ অস্থায়ী কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বিষয়কে আদি কৰি ১১ দফীয়া দাবী পূৰণ কৰাৰ বাবে অসমৰ শক্তি মন্ত্রী, মাননীয় মুখ্যমন্ত্রী আৰু বিভাগীয় কর্তৃপক্ষক বহু সময়ত গণতান্ত্রিক আন্দোলনৰ মাধ্যমেৰে আৰু আলোচনাৰ জৰিয়তে অৱগত কৰাই অহাৰ পাছতো কোনোধৰণৰ ইতিবাচক … Read more

আজি ৰাষ্ট্ৰীয় ‘জেভেলিন ডে ‘ । অসম এথলেটিকছ সন্থাৰ বিশেষ আয়োজন ।

৭ আগষ্ট দিনটো স্বৰ্ণজয়ী ভাৰতীয় তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাৰ নামত উৎসৰ্গিত ।সৰুসজাইস্থিত ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় এথলেটিক ষ্টেডিয়ামত দিনযোৰা কাৰ্যসূচীৰ সৈতেসংগতি ৰাখি ৰাজ্যিক ভিত্তিত পাঁচটা বয়স শাখা সামৰি এক জেভেলিন থ্ৰ’ প্ৰতিযোগিতাৰো আয়োজন কৰা হয় ।ৰাজ্যৰ ২৫ খন জিলাৰ ২২৪ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত ।এই কাৰ্যসূচীত উপস্থিত থাকে অসম এথলেটিকছ সন্থাৰ সভাপতি কেবিনেট … Read more