ডিগবৈত পুখুৰীত নৱজাতকৰ মৃতদেহ উদ্ধাৰ।

ডিগবৈৰ পাৰ্শ্বৱৰ্তী টিংৰাই শ্ৰীকৃষ্ণ চাহ বাগিছাৰ লাইনত এটি নৱজাতকৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে । শুকুৰবাৰে সন্ধিয়া শ্ৰীকৃষ্ণ চাহবাগিছাৰ গাংগো লাইনৰ এটা অংগনবাড়ী কেন্দ্ৰৰ পাছফালৰ পুখুৰীত এটা নৱজাতকৰ মৃতদেহ স্থানীয়লোকে প্ৰত্যক্ষ কৰি ডিগবৈ আৰক্ষী থানাত অৱগত কৰে। 🌐ঘটনাস্থলীত আশাকৰ্মী উপস্থিত হৈ স্থানীয় কোনো লোকে এই অপকৰ্ম কৰাৰ সন্দেহত অনুসন্ধান কৰি … Read more