মঠঘৰীয়াত বাহনখনৰ ভিতৰত চটফটাই থকা ৩যুৱতীক এৰি পলায়ন কৰা ছামিম আহমেদক জেললৈ প্ৰেৰণ
পলাতক ছামিমৰ এতিয়া ঠিকনা হ’ব কাৰাগাৰ
আদালতে দিলে বিশেষ নিৰ্দেশনা
ডিব্ৰুগড়ৰ পৰা আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল ছামিম আহমেদক
পিন্ধি থকা কাপোৰ নলাত দলিয়াই আত্মগোপন কৰাৰ চেষ্টা কৰিছিল ছামিম আহমেদে
আৰু আৰক্ষীৰ জিম্মাৰ পিছতেই বৰ্তমান জে’ললৈ প্ৰেৰণ ছামিম আহমেদক












