• Home
  • দেশ
  • বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা
Image

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

Releated Posts

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো দিন নিৰ্বাচনৰ প্ৰাকক্ষণত অসমবাসীৰ বাবে বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব…

ByByMahesh Malakar Jan 18, 2026

ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ

কংগ্ৰেছত যোগদানৰ দুদিন পিছতেই আজি ৰেজাউল কৰিম সৰকাৰৰ কংগ্ৰেছ দল ত্যাগ ‘জাতিতকৈ দল বা ব্যক্তি ডাঙৰ নহয়’ কংগ্ৰেছ…

ByByMahesh Malakar Jan 14, 2026

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে

কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক বৰ্খাস্তৰ বাবে ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিলে আটাছুৱে ‘কংগ্ৰেছৰ পৰা ৰেজাউল কৰিম সৰকাৰক…

ByByMahesh Malakar Jan 12, 2026

ধুবুৰী বিধানসভা সমষ্টিক লৈ মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য

‘বিধানসভা নিৰ্বাচনৰ পূৰ্বে ধুবুৰীত মানুহ থাকিব নোৱাৰা হ’ব’ ধুবুৰী প্ৰতিটো সমষ্টিতে হ’ব মাধমাৰ ধুবুৰীত কিমান মাৰ পিট হয়…

ByByMahesh Malakar Jan 11, 2026
Scroll to Top