• Home
  • দেশ
  • বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা
Image

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

বিহাৰত ১৯-২০ নৱেম্বৰত নতুন চৰকাৰৰ শপত গ্ৰহণৰ সম্ভাৱনা

পাটনাস্থিত গান্ধী ময়দানত পূর্ণগতিত চলিছে শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতি

প্রধানমন্ত্রী মোদীৰ কাৰ্যসূচীৰ আধাৰত নিৰ্ণয় হ’ব শপতগ্ৰহণৰ চূড়ান্ত দিন

বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থকাৰ সম্ভাৱনা আছে শপত গ্ৰহণ অনুষ্ঠানত

এইবাৰ বিহাৰৰ নিৰ্বাচনত এন ডি এয়ে ব্যাপক জয় লাভ কৰাৰ লগতে ২০২০ চনৰ তুলনাত যথেষ্ট ভাল হৈছে

বৃহস্পতিবাৰে নিৰ্বাচন আয়োগে বিহাৰ বিধানসভাৰ ২৪৩খন আসনৰ আটাইকেইটা আসনৰ ফলাফল ঘোষণা কৰি ২০২খন আসনেৰে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ ব্যাপক জয় লাভ কৰে।

আনহাতে মহাগঠবন্ধনে মাত্ৰ ৩৫খন আসন লাভ কৰিবলৈ সক্ষম।

Releated Posts

দীনেশ ত্ৰিবেদীক বাংলাদেশৰ নতুন উচ্চায়ুক্ত হিচাপে দিব নিযুক্তি

দীনেশ ত্ৰিবেদীক বাংলাদেশৰ নতুন উচ্চায়ুক্ত হিচাপে দিব নিযুক্তি পশ্চিমবংগৰ নিৰ্বাচনৰ পূৰ্বে এই পদক্ষেপ কূটনৈতিক আৰু ৰাজনৈতিক দুয়োটা দিশতে…

ByByMahesh Malakar Apr 19, 2026

অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী

অসমৰ সমষ্টি পুনৰ্নিৰ্ধাৰণক লৈ বিৰোধীয়ে চলোৱা অপপ্ৰচাৰৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী কংগ্ৰেছৰ অপপ্ৰচাৰত ভোল নাযাব বিৰোধীয়ে ব্যৱহাৰ কৰা Gerrymandering…

ByByMahesh Malakar Apr 19, 2026

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক

নাৰীক দেৱী, দুৰ্গা,কালী সজোৱা বন্ধ কৰক সকলো নাৰীকে মানুহ বুলি ভাবক আপোনালোকৰ মুখত নাৰী শক্তি শব্দটো শোভা নাপায়…

ByByMahesh Malakar Apr 18, 2026

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে

পঞ্চভূতত বিলীন কিংবদন্তি কণ্ঠশিল্পী আশা ভোছলে ৯২ বছৰ বয়সত মুম্বাইৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ হৃদৰোগত আক্ৰান্ত হৈছিল আশা…

ByByMahesh Malakar Apr 13, 2026
Scroll to Top