অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন খেড়াৰ বিৰুদ্ধে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনি দেশৰ পাছপ’ৰ্ট থকাৰ লগতে আমেৰিকাত ৫২ হাজাৰ কোটিৰ কোম্পানী থকাৰ অভিযোগ তুলিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰিণিকি ভূঞা শৰ্মায়ো এই অভিযোগ অস্বীকাৰ কৰিছিল।বাদমেল যোগে কংগ্ৰেছৰ মিথ্যাচাৰ ফাদিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন
Releated Posts
এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী
এইবাৰ মুকলি আকাশৰ তললৈ ওলাই অহাৰ মন শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি আৱেদন শেখৰজ্যোতি গোস্বামীৰ নিৰ্বাচন অন্ত পৰাৰ লগে…
বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা
বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…
বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা
বকৰি ঈদক লৈ আহি গ’ল কঠোৰ নিৰ্দেশনা নিৰ্দেশনা অমান্য কৰিলেই যাব লাগিব জে’ললৈ ভৰিব লাগিব জৰিমনা ঈদ-উল-আজহাত মুছলমানে…
আৰম্ভ হ’ল আৰ জি কৰ কাণ্ডৰ তদন্ত
আৰম্ভ হ’ল আৰ জি কৰ কাণ্ডৰ তদন্ত মমতাই ধ্বংস কৰা বংগ ঠিক কৰাত নামিছে বিজেপি চৰকাৰ আৰ জি…















