• Home
  • অসম
  • এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা
Image

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা

বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি

প্ৰতিমাহে ৩০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা

প্ৰধানমন্ত্ৰীৰ সূৰ্য ঘৰৰ যোজনাৰ সুবিধা কেনেকৈ লাভ কৰিব আপুনি?

ঘৰত বহি অনলাইন যোগে কৰিব পাৰিব আৱেদন

সৌৰশক্তিৰ জৰিয়তে লাভ কৰিব আপুনি আপোনাৰ ঘৰৰো বিদ্যুৎসেৱা

ছ’লাৰ পেনেলৰ বাবে ৭৮ হাজাৰ টকাৰ ৰাজসাহাৰ্য দিব চৰকাৰে

pmsurjaghar.gov.in ৱেবচাইটত কৰিব লাগিব আৱেদন

consumer page ত ক্লিক কৰি apply nowত ক্লিক কৰিব লাগিব

তাৰ পিছতেই মোবাইল নম্বৰ দি ভৰাব লাগিব captcha code

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top