• Home
  • অসম
  • ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ
Image

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ

পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

‘বাৱেণ্ডেৰী ৱাল নিৰ্মাণৰ পিছতে আৰম্ভ হ’ব ‘জুবিন’ ক্ষেত্ৰ নিৰ্মাণৰ কাম৷’

লোকনিৰ্মাণ বিভাগক নিখুঁতভাৱে নিৰ্মাণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈয়ে জুবিন ক্ষেত্ৰত উপস্থিত হিমন্ত বিশ্ব শৰ্মা

‘নিৰ্বাচনৰ সময়ত ৰাজনীতিৰ বাবে জুবিনক্ষেত্ৰক ব্যৱহাৰ কৰিছিল একাংশই’

‘ৰাজনীতি কৰাৰ বাবে এটা সময়ত ইয়ালৈ আহিবলৈ বেয়া লগা হৈছিল’

‘এতিয়া নিৰ্বাচন গ’ল সেইবাবে ইয়ালৈ আহিছো বুলি মন্তব্য

‘আমাৰ কাৰণে জুবিন অতীততো আছিল, এতিয়াও আছে আৰু ভৱিষ্যতেও থাকিব ‘

জুবিন ক্ষেত্ৰত উপস্থিত হৈ মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ

Releated Posts

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য

পুনৰ বৃদ্ধি পাব পাৰে পেট্ৰল ডিজেলৰ মূল্য খাৰুৱা তেলক লৈ আহিব পাৰে বেয়া খবৰ নাটনি হ’ব পাৰে তেল…

ByByMahesh Malakar Jun 14, 2026

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed

ধানৰ নামত পতান ওলালে ঠিকাদাৰক লগে লগে কৰা হ’ব Black Listed ঠিকাদাৰৰ বিৰুদ্ধে ৰুজু হ’ব গোচৰ বীজ, সাৰক…

ByByMahesh Malakar Jun 14, 2026

জাহিদৰ জানাজাত শ শ জনতা

জাহিদৰ জানাজাত শ শ জনতা ডক্তৰ হোৱাৰ সপোন পূৰণ নহল নলবাৰীৰ মেধাৱী ছাত্ৰ জাহিদ আলমৰ ডক্তৰ হোৱাৰ সপোন…

ByByMahesh Malakar Jun 14, 2026

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত

খোজে প্ৰতি বিপদ গুৱাহাটী মহানগৰীত এজাক বৰষুণৰ পিছতেই নৱনিৰ্মিত চান্দমাৰী উৰণ সেঁতুত ভয়ংকৰ ঘটনা চান্দমাৰী উৰণ সেতু ইমানেই…

ByByMahesh Malakar Jun 13, 2026
Scroll to Top