• Home
  • অপৰাধনামা
  • অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন
Image

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন

অগ্ৰিম জামিন বিচাৰি আবেদন পৱন খেড়াৰ। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শৰণাপন্ন পৱন খেড়া। ৰিণিকি ভূঞা শৰ্মাই এজাহাৰ দিছিল পৱন খেড়াৰ বিৰুদ্ধে। উল্লেখযোগ্য যে কংগ্ৰেছ নেতা পৱন খেড়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে তিনি দেশৰ পাছপ’ৰ্ট থকাৰ লগতে আমেৰিকাত ৫২ হাজাৰ কোটিৰ কোম্পানী থকাৰ অভিযোগ তুলিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰিণিকি ভূঞা শৰ্মায়ো এই অভিযোগ অস্বীকাৰ কৰিছিল।বাদমেল যোগে কংগ্ৰেছৰ মিথ্যাচাৰ ফাদিল কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 

Releated Posts

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন

জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন…

ByByMahesh Malakar Apr 10, 2026

কাইলৈ অসমত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন

প্ৰথমবাৰৰ বাবে অসমত এটা পৰ্যায়তে অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছে সৰ্বমুঠ ৭২২ গৰাকী প্ৰাৰ্থীয়ে। ২ কোটি…

ByByMahesh Malakar Apr 8, 2026

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ

মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে নিৰ্বাচনী আয়োগত প্ৰদেশ কংগ্ৰেছৰ গোচৰ নিৰ্বাচন আয়োগত মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিলে ছত্তীছগঢ়ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে…

ByByMahesh Malakar Apr 6, 2026

পিআইএমচিত ৰি-ভোই ইন্টাৰেক্ট কৰে বিখ্যাত ক্লিনিকেল অংক’লজিষ্ট ডাঃ য়েছমিন নুৰেজাই

ইউনিভাৰ্চিটি অৱ ছায়েন্স এণ্ড টেকন’লজি মেঘালয় (ইউ এছ টি এম) আৰু ইয়াৰ গঠনমূলক প্ৰতিষ্ঠান পি এ চাংমা ইণ্টাৰনেশ্যনেল…

ByByMahesh Malakar Apr 4, 2026
Scroll to Top