• Home
  • অসম
  • এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম
Image

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

মূল্য বৃদ্ধিয়ে জুৰুলা কৰিছে দেশবাসীক

এসপ্তাহৰ ভিতৰতে দেশত পুনৰ বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ দাম

প্ৰতি লিটাৰ পেট্ৰ’ল আৰু ডিজেলত বৃদ্ধি পালে ৯০ পইচাকৈ

আজিৰ দিনটোত গুৱাহাটীত পেট্ৰ’লৰ দাম ১০২.১৮ টকালৈ বৃদ্ধি

গুৱাহাটীত ডিজেলৰ দাম ৯৩.৪৮ টকালৈ বৃদ্ধি

নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ পিছতেই হোৰাহোৰে বৃদ্ধি পাইছে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

Releated Posts

মছজিদৰ আজানৰ দৰে শংখ- ঘণ্টাৰ শব্দৰ পৰাও অসুবিধা হয়

মুছলমানে আজান দিলে যেনেকৈ অসুবিধা হয় তেনেকৈয়ে যিকোনো সময়ত ঘণ্টা শংখ বজালে পঢ়া শুনাত অসুবিধা হয় মছজিদৰ আজানৰ…

ByByMahesh Malakar May 19, 2026

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মূল্যবৃদ্ধিক লৈ কঠোৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অস্বাভাৱিক মূল্যবৃদ্ধি কৰিলেই বিপদ নিশ্চিত ব্যৱসায় ৬ টাকৈ কঠোৰ নিৰ্দেশনা বান্ধি…

ByByMahesh Malakar May 19, 2026

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে

আজি অন্তিমখন খেলিব নেকি মহেন্দ্ৰ সিং ধোনীয়ে মহেন্দ্ৰ সিং ধোনীৰ অৱসৰক লৈ বিশেষ চৰ্চা ২০২৬ বৰ্ষৰ এখনো মেচত…

ByByMahesh Malakar May 18, 2026

দেশত হ’ব নেকি লকডাউন?

দেশত হ’ব নেকি লকডাউন? কিয় বাৰে বাৰে সংকটৰ কথা দোহাৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বন্ধ হ’ব নেকি সাৰুৱা তেলৰ…

ByByMahesh Malakar May 18, 2026
Scroll to Top