আজি ১ঘণ্টাৰ বাবে অন্ধকাৰ হ’ব পৃথিৱী……

আজি ১ঘণ্টাৰ বাবে অন্ধকাৰ হ’ব পৃথিৱী|১ঘণ্টাৰ বাবে পোহৰ নোহোৱা হ’ব বিলিয়ন বিলিয়ন পৰিয়ালত|ধৰিত্ৰী ঘণ্টা পালন কৰিব ১৯০ খন দেশে ,২০০৭ চনত আৰম্ভ হোৱা এই দিৱস পালন কৰা হয় প্ৰতিবছৰে,ধৰিত্ৰী ঘণ্টা : ধৰিত্ৰী মাতৃৰ প্রতি উছর্গিত বিশেষ এঘণ্টা|আজি ধৰিত্ৰী ঘণ্টা উপলক্ষে,সন্ধিয়া ৮:৩০-৯:৩০ বজাত হ’ব|আলোক বন্তি নুমাই বহনক্ষম অসমৰ বাবে বিশ্বব্যাপী আন্দোলনত যোগদান কৰোঁ আহক|

বিহালী বৰাজুলি নেপালী গাৱৰ কিশোৰীৰ অৰুণাচলত ৰহস্যজনক মৃত্যু হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ……

বিহালী বৰাজুলি নেপালী গাৱৰ কিশোৰীৰ অৰুণাচলত ৰহস্যজনক মৃত্যু হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰাজুলি নেপালী গাৱৰ পানী ৰাম ভূঞাৰ ১৫ বছৰীয়া ছোৱালী লক্ষীমণি ভূঞা বিগত ২ বছৰ ধৰি অৰুণাচলত ঘৰুৱা কামত নিয়োজিত হৈ আছিল।কিন্তু যোৱা কালি হঠাতে ছোৱালী জনীৰ মৃত্যু হোৱা বুলি পৰিয়ালক খবৰ দিয়ে।তাৰ পিছত আজি কিশোৰী গৰাকী মৃত দেহ পৰিয়ালৰ … Read more

তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি……

তিনিচুকীয়াৰ জাগুনত উত্তপ্ত পৰিস্থিতি। যোৱা ১৮ ডিচেম্বৰত জাগুনৰ ৯ মাইলৰ ক্ৰেচাৰ মিলৰপৰা ৮ জনীয়া অস্ত্ৰধাৰী দ’লে অপহৰণ কৰি নিয়া প্ৰকাশ চেত্ৰীৰ আজিও সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে। ব্যৱসায়ী কৃষ্ণ চেত্ৰীৰ ক্ৰেচাৰ মিলৰপৰা পুৱা ১০ বজাত অপহৰণ কৰি লৈ যোৱাৰ আজি প্ৰায় ৩ মাহ দিন অতিক্ৰম কৰাৰ পিছতো যুৱকজনৰ কোনো শুংসূত্ৰ নোপোৱাত চৰম অনিশ্চয়তাত ভূগিছে পৰিয়ালবৰ্গ … Read more

২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব কি? বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?

২১ মাৰ্চত কিয় পালন কৰে বিশ্ব কবিতা দিৱস? জানক এই দিৱসৰ ইতিহাস আৰু মহত্ব কি? বিশ্ব কবিতা দিৱসৰ উদ্দেশ্য কি?এই দিনটো সমগ্ৰ পৃথিৱীত কবিতা পঢ়া, লিখা, প্ৰকাশ কৰা আৰু পঢ়ুওৱাৰ গুৰুত্ব বুজোওৱাৰ বাবে ধাৰ্য্য কৰা হৈছে। এই দিৱস উদযাপনৰ উদ্দেশ্য হৈছে কবিতাক কলা হিচাপে সংৰক্ষণ কৰা আৰু ইয়াৰ অনন্য শক্তিক সন্মান জনোৱা। জানক বিশ্ব কবিতা … Read more

বিহু উদযাপন সন্দর্ভত আলফাই বান্ধি দিলে কিছু নিয়ম….

বিহু উদযাপন সন্দর্ভত আলফাই বান্ধি দিলে কিছু নিয়ম,বিহুৰ অনুষ্ঠানত হিন্দী গীত পৰিৱেশন কৰিব নোৱাৰিব| সাত বিহুত শিল্পীসকলে গাব নোৱাৰিব হিন্দী গীত| ব’হাগৰ প্ৰথম ৭ দিনত হিন্দী গীতৰ অনুমতি বাতিল কৰিবলৈ আহ্বান|স্বকীয়তাক বিসর্জন দিয়া বিহু সমিতিলৈও সকীয়নি হিন্দী গীতৰ সৈতে বিহুক সংপৃক্ত নকৰিবলৈ আহ্বান,হিন্দী গীতক প্রাধান্য দিলে বিহু জাতীয় উৎসৱ হৈ নাথাকিব বিহুৰ ঊর্ধ্বত কোনো সমিতি … Read more

অহা কালিৰ পৰা অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভাৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি।

অহা কালিৰ পৰা অনুষ্ঠিত হবলগীয়া ত্ৰয়োদশ সংখ্যক তিৱা সাহিত্য সভাৰ স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰত চলিছে ব্যাপক প্ৰস্তুতি। উদুলি মুদুলি মৰিগাঁও ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ।অহা কালিৰ পৰা তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ত্ৰয়োদশ সংখ্যক তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশন। ২১,২২ আৰু ২৩ মাৰ্চত অনুষ্ঠিত হব এই অধিৱেশন … Read more

ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।

ডিগবৈ শোধনাগাৰৰ নতুন প্ৰকল্পত শিল যোগান ধৰাকলৈ দুটা ফৈদৰ মাজত তুমুল সংঘাত।দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ সংস্থাৰ সংবাদ মেল সম্বোধন।পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব ঘটনাৰ মূল কোন দিশে লয়। দুয়ো পক্ষই দিলে পৃথকে পৃথকে ডিগবৈ আৰক্ষী থানাত গোচৰ। সমগ্ৰ ঘটনাটোক লৈ এ অ’ ডি ঠিকাদাৰ … Read more

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান।

মৰিগাঁৱৰ ফুলবাৰীৰ এটি পৰিয়ালৰ গোঁসাই ঘৰত নিশা চোৰে চলালে চাফাই অভিযান। মৰিগাঁও জিলাত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ইটোৰ পিছত সিটোকৈ চুৰি কাৰ্যৰ ঘটনা। কিছু দিনৰে পৰা চহৰখনৰ নামঘৰ, মণিকূট, মন্দিৰ, গৃহস্থৰ গোঁসাই ঘৰ ইত্যাদিত চোৰে চলাই আহিছে চাফাই অভিযান। নিশা মৰিগাঁৱৰ ফুলবাৰীস্থিত এটি পৰিয়ালৰ গোঁসাই ঘৰৰ পৰা চোৰে নিলে ভগৱানৰ শালগ্ৰাম মূৰ্তি দুটা, পিতলৰ … Read more

টশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ।

হাটশিঙিমাৰীৰ বাংৰীৰচৰ ব্ৰহ্মপুত্ৰ নদীত নৱজাতকৰ মৃ*ত*দে*হ উদ্ধাৰ। স্থানীয় ৰাইজে নদীৰ পানীত ওপঙি থকা প্ৰত্যক্ষ কৰি সুখচৰ থানাৰ আৰক্ষীক খবৰ দিয়ে। হাটশিঙিমাৰী জিলা আৰক্ষীৰ সহযোগত সুখচৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃ*ত*দে*হ*টো উদ্ধাৰ কৰে। এই পৰ্যন্ত চিনাক্ত হোৱা নাই মৃতদেহটো।

খৰগোস আৰু কাছৰ কাহিনী

খৰগোস আৰু কাছ

এদিন, এখন গভীৰ জংঘলত প্ৰাণীবিলাকে অলপ আনন্দ আৰু উত্তেজনাৰ প্ৰয়োজন অনুভৱ কৰিলে। সেয়ে, সিহঁতে এটা প্ৰতিযোগিতাৰ আয়োজন কৰিলে, য’ত খৰগোস আৰু কাছৰ মাজত এক বিশেষ দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। খৰগোসটোৱে নিজৰ দীঘল দীঘল ঠেং আৰু সোনকসোনে দৌৰিবলৈ সক্ষমতাৰ ওপৰত গৰ্ব কৰি কাছটোক হাঁহি ক’লে, “তই ইমান লাহে লাহে খোজ কাঢ়, মই তোক সহজে হৰুৱাই দিম।” … Read more