১৫ মাৰ্চত কামৰূপ (মেট্র’) জিলাত স্থানীয় বন্ধ ঘোষণা…
দৌল যাত্ৰাৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্যপালৰ ১৫ মাৰ্চত সকলো চৰকাৰী কাৰ্যালয়, শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কামৰূপ (মেট্ৰ’)ৰ সকলো বিত্তীয় প্রতিষ্ঠানো বন্ধৰ ঘোষণা ১৫ মার্চত
দৌল যাত্ৰাৰ বাবে স্থানীয় বন্ধ ঘোষণা ৰাজ্যপালৰ ১৫ মাৰ্চত সকলো চৰকাৰী কাৰ্যালয়, শৈক্ষিক প্রতিষ্ঠান বন্ধ ঘোষণা কামৰূপ (মেট্ৰ’)ৰ সকলো বিত্তীয় প্রতিষ্ঠানো বন্ধৰ ঘোষণা ১৫ মার্চত
গুৱাহাটী, ২৩ ফেব্ৰুৱাৰী, ২০২৫: সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজি ইতিহাস ৰচনা হ’ব। একেলগে একেটা স্থানত ৮,০০০তকৈ অধিক নৃত্যশিল্পীয়ে ঝুমু নৃত্য পৰিৱেশন কৰিব। এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৬০খন দেশৰ ৰাষ্ট্ৰদূত, উচ্চ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ, আৰু বিশিষ্ট উদ্যোগপতিসকল। অনুষ্ঠানৰ মুখ্য বৈশিষ্ট্য: উল্লেখযোগ্য: এই অনুষ্ঠানত একে স্থানত একে সময়তে ইমান বৃহৎ সংখ্যক শিল্পীয়ে ঝুমু … Read more
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ৰ চিচিআৰটিৰ উৎকৃষ্ট সাংস্কৃতিক ক্ষেত্ৰৰ গৱেষণামূলক অধ্যয়নৰ বাবে জুনিয়ৰ ফেল’শ্বিপ লাভ কৰিছে অসমৰ যুৱ মূকাভিনয় শিল্পী মিনাংক ডেকাই। মূকাভিনয় ক্ষেত্ৰত ২০২২-২৩ বৰ্ষৰ এই ফেল’শ্বিপ ভাৰতৰ দুজন শিল্পীয়ে লাভ কৰিছে। এজন অসমৰ মিনাংক ডেকা আৰু এজন মধ্যপ্ৰদেশৰ। গৱেষণাৰ বিষয়- মূকাভিনয় শিল্পক পুনৰুদ্ধাৰঃ সংস্কৃতি আৰু শিক্ষাত ভাৰতীয় মূকাভিনয়ৰ গুৰুত্বক অন্বেষণ। কটন বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু … Read more
কহিনুৰ থিয়েটাৰৰ প্ৰযোজক তপন লহকৰে মন’পলিভাৱে কাম কৰাৰ অভিযোগ। আগলৈ কহিনুৰ থিয়েটাৰক কোনোধৰণৰ নাটক নিদিয়াৰো সিদ্ধান্ত হেমন্ত দত্তৰ পৰিয়ালৰ। ভ্ৰাম্যমান থিয়েটাৰ জগতত কহিনুৰ থিয়েটাৰৰ এক সুকীয়া স্থান আছে । এই কহিনুৰ থিয়েটাৰেই ১৯৯৮ চনত প্ৰথমবাৰৰ বাবে মঞ্চস্থ কৰিছিল নাট্যকাৰ হেমন্ত দত্তৰ ‘টাইটানিক’আৰু সেই সময়ত এই নাটকখনে দৰ্শকৰ যথেষ্ট সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছিল । এইবাৰ … Read more
অসম তথা উত্তৰ পূৱ ভাৰতৰ বিদগ্ধ বৈষ্ণৱ পণ্ডিত কৃষ্ণানন্দ ব্ৰহ্মচাৰীদেৱৰ দ্বাৰা প্ৰতিষ্ঠিত অসম আৰু উত্তৰ বংগৰ গোবিন্দ ভৱন গীতা সত্ৰসমূহৰ কেন্দ্ৰীয় দ্বিতীয় বাৰ্ষিক অধিবেশনখন ১০ ফেব্ৰুৱাৰীৰ পৰা তিনিদিনীয়া বিশাল কাৰ্যসূচীৰে মৰিগাঁও চহৰত অনুষ্ঠিত হ’ব। মৰিগাঁও স্কুল খেলপথাৰত অনুষ্ঠিত হ’বলগা এই অধিৱেশনৰ মূল মণ্ডপৰ আজি লাইখুঁটা এক মাংগলিক পৰিবেশত স্থাপন কৰে মৰিগাঁৱৰ বিধায়ক তথা অধিবেশৰ অভ্যৰ্থনা … Read more
কৌশানী ‘পিয়া ৰে’ বোলছবিখনত শান্তোৰ নায়িকা আছিল । কৌশানীয়ে নায়কৰ মৃত্যুৰ খবৰ বিশ্বাস কৰিব নোৱাৰে।অস্থিৰতাৰ পৰিৱেশ সমগ্ৰ বাংলাদেশতে আছে । শ্বেখ হাছিনাই দেশ ত্যাগ কৰিছে। তেওঁ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছে । চুবুৰীয়া দেশবোৰৰ পৰা ইটোৰ পিছত সিটো অস্থিৰতাৰ খবৰ আহি আছে । ইয়াৰ মাজতে, আন এটা খবৰে জোকাৰিছে বাংলাদেশক । বাংলাদেশৰ চান্দপুৰ সদৰ উপজিলাত … Read more
সততে দেখা যায়, চেলীব্ৰেটীৰ ফটো উঠাবলৈ হেতা- ওপৰা কৰা “পাপাৰাজ্জী সংস্কৃতি” বলীউদত বিৰাজমান । কিন্তু , শেহতীয়াকৈ চৌদিশে চলি থকা জাহ্নৱীৰ সদ্যমুক্তিপ্ৰাপ্ত ছবি ‘মিষ্টাৰ এণ্ড মিচেছ মাহী’প্ৰচাৰৰ সময়ত সন্মুখীন হোৱা পৰিস্থিতৰ বিষয়ে উল্লেখ কৰি জাহ্নৱীয়ে এই প্ৰসংগ আনে। বলীউডৰ প্ৰখ্যাত কাপুৰ পৰিয়ালৰ দুহিতা জাহ্নৱী কাপুৰৰ জনপ্ৰিয়তাৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই। জাহ্নৱী এতিয়া তেওঁৰ … Read more