ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ,পকীঘৰ বনাবলৈ চৰকাৰে দিব ১লাখ ৩০ হাজাৰ টকা…

ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ লোকৰ বাবে ভাল খবৰ|দৰিদ্ৰ আৰু মধ্যবিত্ত লোকক চৰকাৰে দিব ধন|পকীঘৰ বনাবলৈ চৰকাৰে দিব ১লাখ ৩০ হাজাৰ টকা|অসমৰ প্ৰতিজন লোকৰে থাকিব পকী ঘৰ|তালিকা সাজু কৰিছে হিমন্ত চৰকাৰে|এতিয়াৰে পৰা অতি সহজেই লাভ কৰিব চৰকাৰী ঘৰ|চৰকাৰী ঘৰক লৈ নতুন নিয়ম জাৰি চৰকাৰৰ|এতিয়াৰে পৰা দুচকীয়া বাহন থাকিলেও পাব চৰকাৰী ঘৰ|মাহিলী উপার্জন ১৫হাজাৰ টকা হ’লেও পাব … Read more

তিনিদিনীয়াকৈ মৰিগাঁও ঔজাৰীত অনুষ্ঠিত হোৱা তিৱা সাহিত্য সভাৰ অন্তিম দিনাৰ পুৱাৰ ভাগত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত কেইবা সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ।

তিনিদিনীয়াকৈ মৰিগাঁও ঔজাৰীত অনুষ্ঠিত হোৱা তিৱা সাহিত্য সভাৰ অন্তিম দিনাৰ পুৱাৰ ভাগত উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাত কেইবা সহস্ৰাধিক ৰাইজৰ অংশগ্ৰহণ।উদুলি মুদুলি মৰিগাঁও ঔজাৰীস্থিত স্বৰ্গীয় জেমন চন্দ্ৰ বৰদলৈ সোঁৱৰণী ক্ষেত্ৰ। তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ত্ৰয়োদশ সংখ্যক তিৱা মাথনলাই তখ্ৰা অৰ্থাৎ তিৱা সাহিত্য সভাৰ কেন্দ্ৰীয় অধিৱেশনৰ আজি শেষৰটো দিন। শেষৰ দিনা পুৱা অধিবেশনস্থলীৰ পৰা উলিওৱা বাৰেৰহণীয়া … Read more

গোৰেশ্বৰৰ শিমলীবাৰীৰ বৈৰাথী বাথৌ মন্দিৰ প্ৰাঙ্গণত চানজাখৌলা আঞ্চলিক বাথৌ গৌথুমৰ ৰেপালী জয়ন্তী বৰ্ষ উদযাপন।

গোৰেশ্বৰৰ শিমলীবাৰীৰ বৈৰাথী বাথৌ মন্দিৰ প্ৰাঙ্গণত চানজাখৌলা আঞ্চলিক বাথৌ গৌথুমৰ ৰেপালী জয়ন্তী বৰ্ষ উদযাপন।ৰূপালী জয়ন্তী বৰ্ষৰ তৃতীয় দিনা অনুষ্ঠিত হয় ধৰ্মালোচনা সভা।গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিসদ পৱিত্ৰ কুমাৰ বড়োৱে উদ্বোধন কৰা ধৰ্মালোচনী সভাত বিটিচিৰ অধ্যক্ষ কাতিৰাম বড়ো, ইএম ৰণেন্দ্ৰ নাৰ্জাৰী, প্ৰাক্তন এচিএছ বিষয়া ধৰণীধৰ বড়োকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণ। মানৱ সমাজৰ মঙ্গল কামনাৰ্থে পৰম্পৰা আৰু … Read more

বঙাইগাঁও জিলাৰ সাজালপাৰাৰ প্ৰাক্তন পঞ্চায়ত সদস্য ছবুৰ উদ্দিনৰ সপক্ষে উলাই আহিছে ৰাইজ। ছবুৰ উদ্দিনৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এইদৰে ৰাইজ উলাই আহে।

বঙাইগাঁও জিলাৰ সাজালপাৰাৰ প্ৰাক্তন পঞ্চায়ত সদস্য ছবুৰ উদ্দিনৰ সপক্ষে উলাই আহিছে ৰাইজ। ছবুৰ উদ্দিনৰ বিৰুদ্ধে ভিত্তিহীন বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এইদৰে ৰাইজ উলাই আহে। এই সংক্ৰান্তত সাংবাদিকৰ আগত ছবুৰ উদ্দিনে মত পোষন কৰে। মোৰ বিৰুদ্ধে অৰুনোদয় আঁচনিত হিতাধিকাৰী বাছনিৰ অনিয়মৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰা সম্পৰ্কে বিভিন্ন চেনেল আৰু পৰ্টেলত বাতৰি প্ৰকাশ হৈছে। প্ৰকৃততে মই … Read more

মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী পথৰ কেটেতঙত সংঘটিত হয় এই পথ দুৰ্ঘটনা…

কেটেটঙত চুপাৰ কেৰি বাহনৰ পথ দুৰ্ঘটনা।মাৰ্ঘেৰিটা-পেঙেৰী সংযোগী পথৰ কেটেতঙত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো।দ্ৰুতবেগী চুপাৰ কেৰী বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ বিদ্যুত খুটাত খুণ্ডা মাৰি দ’ খাৱৈত বাগৰি পৰে। দুৰ্ঘটনাটোত কথমপি প্ৰাণৰক্ষা পৰে AS-23-DC 3682 নম্বৰৰ চুপাৰ কেৰী বাহনখনৰ চালকজন।

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত মন্ত্ৰী পিষুজ হাজৰিকা…

বাৰেকুৰি আঞ্চলিক যুৱ সংঘৰ দ্বাদশ দ্বি-বাৰ্ষিক অধিৱেশনত উপস্থিত মন্ত্ৰী পিষুজ হাজৰিকা ।২১ খন গাঁৱবাসীৰক প্ৰশংসা কৰা লগতে বাৰেকুৰি হলৌ সংৰক্ষণ পৰ্যবেক্ষণ স্থলিত উপস্থিত হয় । হলৌ সংৰক্ষণৰ বিষয়ে কিছু কথা অসম গৌৰৱ বঁটা প্ৰাপক দিপ্লৱ চুতীয়াৰ হৈতে বাৰ্তালাপ কৰে মন্ত্ৰী পিষুজ হাজৰিকাই । মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, দীৰ্ঘদিনৰ পৰা বাৰেকুৰিলৈ অহাৰ আশা … Read more

ধিং আৰক্ষীৰ হাতত ড্ৰাগছ সহ আটক এজন লোকক,ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা আৰক্ষীয়ে ১২.১৩ গ্ৰাম ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়|

ৰমজানৰ প্ৰাক মুহূৰ্তত ধিং আৰক্ষীৰ হাতত ড্ৰাগছ সহ আটক এজন।ধিং আৰক্ষী থানা এলেকাধীন বৰ ৰাধা-আটি গাঁৱত অভিযান চলাই ড্ৰাগছ সৰবৰাহ কৰি থকা সময়ত হাতে লুটে এজন লোকক আটক কৰিবলৈ সক্ষম হয় ধিং আৰক্ষীয়ে।আটক হোৱা ড্ৰাগছ ব্যৱসায়ী জনৰ নাম নৰজুল ইছলাম। বয়স আনুমানিক ৩৮ বছৰ। ড্ৰাগছ ব্যৱসায়ী জনৰ পৰা আৰক্ষীয়ে ১২.১৩গ্ৰাম ড্ৰাগছ,জব্দ কৰিবলৈ সক্ষম হয়।ধৃত ড্ৰাগছ … Read more

ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন…

ৰঙিয়াৰ ঐতিহ্য মণ্ডিত তৰণী আৰিমত্ত ক্ষেত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ ষষ্ঠদশ দ্বি বাৰ্ষিক অধিৱেশন ।অধিৱেশন উপলক্ষে দ্বিতীয় দিনৰ কাৰ্যসূচীত অংশগ্ৰহণ বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াৰ ।নিশাৰ ভাগত উপস্থিত হৈ আয়োজক সমিতিৰ সম্বৰ্দ্ধনা গ্ৰহণ কৰি কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কাৰ্যপন্থা সন্দৰ্ভত ভাষণ প্ৰসংগত আলোকপাত কৰে শইকীয়াই । প্ৰসঙ্গ … Read more

ভাৰতীয় তেল নিগম, ডিগবৈৰ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধিনত ৬ সংগঠন সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ।আঠখন এম্বুলেন্স প্ৰদান…

ভাৰতীয় তেল নিগম, ডিগবৈৰ শোধনাগাৰৰ উদ্যোগত সামাজিক দায়বদ্ধতা আঁচনিৰ অধিনত ৬ সংগঠন সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ।আঠখন এম্বুলেন্স প্ৰদান।সামাজিক দায়বদ্ধতা আঁচনিৰ জৰিয়তে আই অ’ চি এলে পঞ্চাশ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাত ৩ কোটিৰ অধিক টকাৰ সাহাৰ্য প্ৰদান।বিশেষকৈ কৃষি,স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত প্ৰাধান্য দিয়ে। গ’ল্ডেন জুবিলী কমপ্লেক্সৰ সভাকক্ষত বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুস্থানত আজি উপস্থিত থাকে ভাৰতীয় তেল নিগম … Read more

চাকৰি হেৰুৱাব পাৰে ১৫ খনকৈ শিক্ষানুষ্ঠানৰ অধ্যক্ষ।একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল ১০ খন জিলাৰ পৰা……

চাকৰি হেৰুৱাব পাৰে ১৫ খনকৈ শিক্ষানুষ্ঠানৰ অধ্যক্ষ।একাদশ শ্ৰেণীৰ গণিত বিষয়ৰ প্ৰশ্নকাকত ভাইৰেল হৈছিল ১০ খন জিলাৰ পৰা।ভাইৰেল কৰা শিক্ষানুষ্ঠানৰ ভিতৰত শিক্ষা মন্ত্ৰীৰ গৃহ সমষ্টিৰ ৩ খন বিদ্যালয়ৰ নাম।আটাইকেইখন শিক্ষানুষ্ঠানৰ একাদশ শ্রেণীত নামভৰ্তিৰ অনুমতি বাতিল ASSEৰ।২০২৫-২৬ বর্ষত নামভর্তি কৰিব নোৱাৰিব এইকেইখন শিক্ষানুষ্ঠানে।দ্বাদশ শ্রেণীত অধ্যয়নৰ শিক্ষার্থীহে অৱতীৰ্ণ হ’ব পাৰিব পৰীক্ষাত।সমান্তৰালকৈ শিক্ষানুষ্ঠান কেইখনৰ স্বীকৃতিও বাতিল কৰাৰ সিদ্ধান্ত লৈছে … Read more