Image

জুবিন গাৰ্গক এজনে হ*ত্যা কৰা হৈছিল

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত আলোচনা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধনৰ বাবেই হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এজনে হত্যা কৰিছে, আনকেইজনে সহযোগ কৰিছে। ৪-৫ জনেই মিলি হত্যা কৰিছে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বীটৰ পিছত আৰু নতুন গোচৰৰ তদন্ত হ’ব বুলিও উল্লেখ মুখ্যমন্ত্ৰগৰাকীৰ। জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি আহিছিল।কভিডৰ আৰম্ভ হোৱা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত কি হৈছিল তদন্ত হ’ব। জীৱিত কালত জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে বুলি উল্লেখ কৰিছিল। এই বিষয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াত আমাৰ কাৰো আপত্তি কৰিবলগীয়া নাই। জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো সমৰ্থন কৰে BJP-অগপই। শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক প্ৰস্তাৱ আনিব মুখ্যমন্ত্ৰীয়ে

Releated Posts

বাংলাদেশত হি*ন্দু নি*ৰ্যা*ত*ন*ৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক

বাংলাদেশত হিন্দু নিৰ্যাতনৰ ঘটনাক সমৰ্থন কৰি ৰঙিয়াৰ পৰা আটক এজন যুৱক বাংলাদেশত সংঘটিত হিন্দু নিৰ্যাতনৰ জঘন্য ঘটনাক সামাজিক…

ByByMahesh MalakarDec 23, 2025

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃ*ত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হ*ত্যাৰ…

ByByMahesh MalakarDec 22, 2025

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া?

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক লৈ ডাঙৰ খবৰ, পৰৱৰ্তী শুনানি কেতিয়া? আজি কামৰূপ সত্ৰ ন্যায়াধীশ আদালতত আৰম্ভ জুবিন হত্যাৰ…

ByByMahesh MalakarDec 22, 2025

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক

শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্তক এনকাউণ্টাৰ কৰক চাৰ্জশ্বীট দাখিলৰ পাছতে শৃংখল চলিহাৰ বিস্ফোৰক মন্তব্য জুবিন…

ByByMahesh MalakarDec 18, 2025
Scroll to Top