মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত পুনৰ মৃত্যু বন্যহস্তী ।

মাৰ্ঘেৰিটাৰ ভিতৰপাৱৈত মৃত অৱস্থাত এটা বনৰীয়া হাতী পোৱালি উদ্ধাৰ হোৱাত চাঞ্চল্য সৃষ্টি অঞ্চলটোত ।মাৰ্ঘেৰিটা সমজিলাৰ বিভিন্ন প্ৰান্তত চলিত বছৰটোত বহুকেইটা বনৰীয়া হাতীৰ মৃত্যু হৈছে ।পুনৰ মাৰ্ঘেৰিটা ভিতৰপাৱৈ বন বিভাগৰ অস্থায়ী শিবিৰৰ নিচেই কাষতে সংঘটিত হৈছে এই কৰুণ ঘটনাটো।আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা ধাননি পথাৰত ধান খাবলৈ ওলাই আহি মৃত্যুমুখত পৰে প্ৰায়৭ ফুট উচ্চতাৰ … Read more

অৰুণাচলৰ কাচিংছাত ভয়ংকৰ ঘটনা । দেৱাল খহি মৃত্যু ৪জনকৈ লোকৰ ।

গুৰুতৰভাৱে আহত আন ৬জনকৈ লোক ।ইয়াৰে ৩জনৰ অৱস্থা সংকটজনক ।নিহত তিনিজনৰ লগতে আহতকেইজনৰ ঘৰ অসমত ।নিশা শুই থকা অৱস্থাত সীমাৰ দেৱাল খহি পৰে ঘৰৰ ওপৰত ।আহতকেইজনক নিশাই নাহৰলগুনস্থিত RKমিছন হাস্পতালত ভৰ্তি ।নিহতকেইজন উৰ্মিলা বিশ্বাস, বিকাশ বিশ্বাস, মুকিবৰ ৰহমান আৰু পল ।