জামিন বিচাৰিছে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তই, ফাষ্টট্ৰেক আদালতত দাখিল কৰিলে জামিন আবেদন। নিজ অধিবক্তাৰ জৰিয়তে আদালতত জামিন আবেদন দাখিল শ্যামকানুৰ।ইয়াৰ পূৰ্বে জামিন আবেদন কৰিও পৰৱৰ্তী সময়ত প্ৰত্যাহাৰ কৰিছিল শ্যামকানুৱে।সম্প্ৰতি ফাষ্টট্ৰেক কোৰ্টত চলি আছে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া।

ফাষ্টট্ৰেক কোৰ্টত শ্যামকানুৰ অধিবক্তাই দাখিল কৰিলে জামিন আবেদন
Tags:
Releated Posts
গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচী
গুৱাহাটীত ৰাইজৰ দলত বিশাল যোগদান কাৰ্যসূচীকংগ্ৰেছ, বিজেপি, APHLC দলৰ নেতা-কৰ্মীৰ যোগদানকাৰ্বি আংলং জিলাৰ ২১জনকৈ নেতাই যোগদান কৰেমুখ্য কাৰ্যালয়ত…
জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া
জনসাধাৰণৰ বিশ্বাস অটুট ৰখাই চিকিৎসা উৎকৰ্ষতাৰ প্ৰকৃত মাপকাঠি: পদ্মশ্ৰী ডাঃ সৰ্বেশ্বৰ সহাৰিয়া USTM-ত PIMC আৰু IAMC-ৰ সহযোগিতাত ৰাষ্ট্ৰীয়…
চানমাৰিৰ উৰণ সেতুত পিচলি মৃ*ত্যু নুনমাটিৰ পৰিমল মেধিৰ
চানমাৰিৰ উৰণ সেতুত পিচলি মৃত্যু নুনমাটিৰ পৰিমল মেধিৰ সাধাৰণলোকৰ জীৱনক লৈ হেতালি কিয় খেলিছে চৰকাৰে চান্দমাৰী-নুনমাটি সংযোগী উৰণ…
অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড
অসমীয়া যুৱতীৰ সৈতে মিঞাৰ ভয়ংকৰ কাণ্ড অৰুণাচলত কাম কৰাবলৈ নি বিগত এমাহে দলবদ্ধ ধৰ্ষণ কৰাৰ অভিযোগ যুৱতীক চিনাকিসূত্ৰে…












