Image

জুবিন গাৰ্গক এজনে হ*ত্যা কৰা হৈছিল

আজিৰে পৰা অসম বিধানসভাৰ শীতকালীন অধিৱেশন। অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ত আলোচনা হয়। বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথম দিনটোত জুবিন গাৰ্গক হত্যা কৰা হৈছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধনৰ বাবেই হত্যা কৰা হৈছিল জুবিন গাৰ্গক। এজনে হত্যা কৰিছে, আনকেইজনে সহযোগ কৰিছে। ৪-৫ জনেই মিলি হত্যা কৰিছে জুবিন গাৰ্গক। জুবিন গাৰ্গৰ হত্যা গোচৰৰ চাৰ্জশ্বীটৰ পিছত আৰু নতুন গোচৰৰ তদন্ত হ’ব বুলিও উল্লেখ মুখ্যমন্ত্ৰগৰাকীৰ। জুবিনক পূৰ্বৰে পৰা অৱহেলা কৰি আহিছিল।কভিডৰ আৰম্ভ হোৱা সময়ৰ পৰা জুবিন গাৰ্গৰ লগত কি হৈছিল তদন্ত হ’ব। জীৱিত কালত জুবিন গাৰ্গৰ লগত অন্যায় কৰা এজনো সাৰি যাব নোৱাৰে বুলি কয় মুখ্যমন্ত্ৰীগৰাকীয়ে।

আনহাতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই জুবিন গাৰ্গক ভাৰত ৰত্ন দিব লাগে বুলি উল্লেখ কৰিছিল। এই বিষয়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াত আমাৰ কাৰো আপত্তি কৰিবলগীয়া নাই। জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াটো সমৰ্থন কৰে BJP-অগপই। শীঘ্ৰে এই সন্দৰ্ভত আনুষ্ঠানিক প্ৰস্তাৱ আনিব মুখ্যমন্ত্ৰীয়ে

Releated Posts

নিৰ্বাচনী ফলাফলৰ মাজতেই ৰাজ্যত ভয়ংকৰ বিস্ফোৰণ

নিৰ্বাচনী ফলাফলৰ মাজতেই ৰাজ্যত ভয়ংকৰ বিস্ফোৰণ নিশা ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল কংগ্ৰেছ প্ৰাৰ্থীৰ বাসগৃহ বোকাজানৰ কংগ্ৰেছ প্ৰাৰ্থী ৰতন…

ByByMahesh Malakar May 5, 2026

ছামিম আহমেদক জেললৈ প্ৰেৰণ

মঠঘৰীয়াত বাহনখনৰ ভিতৰত চটফটাই থকা ৩যুৱতীক এৰি পলায়ন কৰা ছামিম আহমেদক জেললৈ প্ৰেৰণ পলাতক ছামিমৰ এতিয়া ঠিকনা হ’ব…

ByByMahesh Malakar May 3, 2026

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ

আজি আৰক্ষীৰ জিম্মাৰ ম্যাদ উকলিব ছামিম আহমেদৰ আজি আদালতত হাজিৰ কৰোৱা হ’ব মঠঘৰীয়াত দুৰ্ঘট*না সংঘটিত কৰা ছামিম আহমেদক…

ByByMahesh Malakar May 2, 2026

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই

অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…

ByByMahesh Malakar May 1, 2026
Scroll to Top