আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস
দেশজুৰি গণৰাজ্য দিৱস উদযাপনৰ আনন্দ সমান্তৰালকৈ ৰাজ্যতো গনৰাজ্য দিৱস উছাহ উদ্দীপনা।
দিল্লীৰ কৰ্তব্যপথত গণৰাজ্য দিৱস উদযাপন
দিল্লীত পতাকা উত্তোল কৰিব ৰাষ্ট্রপতি দ্ৰৌপদী মুৰ্মুৱে । সমান্তৰালকৈ ডিব্ৰুগড়ত পতাকা উত্তোলন কৰিব মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। বজালীত পতাকা উত্তোলন কৰিব মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। যোৰহাটত পতাকা উত্তোলন কৰিব মন্ত্ৰী অতুল বৰাই। তিনিচুকীয়াত পতাকা উত্তোলন কৰিব কেশৱ মহন্তই।ভিন্ন প্ৰান্তত পতাকা উত্তোলন কৰা হব মন্ত্ৰী সকলৰ দ্বাৰা।।

আজি ৭৭ সংখ্যক গণৰাজ্য দিৱস
Tags:
Releated Posts
কেইবাখনো ৰাজ্যৰ ৰাজ্যপালৰ ৰদ-বদল,
বৃহস্পতিবাৰে নিশা ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপাল আৰু উপ ৰাজ্যপালৰ সাল-সলনি কৰে ।…
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ল সামাজিক মাধ্যম
১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে এতিয়াৰে পৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব । সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ…
কেন্দ্ৰীয় লোকসেৱা আয়োগৰ ফলাফল ঘোষণা,
আজি কেন্দ্ৰীয় লোকসেৱা আয়োগৰ সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাৰ ২০২৫ বৰ্ষৰ ফলাফল ঘোষণা কৰা হ’ল । আজি ঘোষিত ফলাফলত দেশৰ ভিতৰতে শীৰ্ষস্থান…
যোৰহাটৰ পৰা উৰা মৰা ছুখয় যুঁজাৰু বিমান কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনাত পতিত
যোৰহাটৰ পৰা উৰা মৰা ছুখয় যুঁজাৰু বিমান কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনাত পতিত দুৰ্গম পাহাৰৰ ওপৰত বিমানৰ ধ্বংসাৱশেষ আৰু…












