• Home
  • অসম
  • যোৰহাটৰ পৰা উৰা মৰা ছুখয় যুঁজাৰু বিমান কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনাত পতিত
Image

যোৰহাটৰ পৰা উৰা মৰা ছুখয় যুঁজাৰু বিমান কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনাত পতিত

যোৰহাটৰ পৰা উৰা মৰা ছুখয় যুঁজাৰু বিমান কাৰ্বি আংলঙৰ পাহাৰত দুৰ্ঘটনাত পতিত

দুৰ্গম পাহাৰৰ ওপৰত বিমানৰ ধ্বংসাৱশেষ আৰু মানৱ শৰীৰৰ ছিন্ন ভিন্ন অংগ উদ্ধাৰ

বৃহস্পতিবাৰে সন্ধিয়া প্ৰায় ৬:৪৫ যোৰহাটৰ পৰা উৰা মাৰিছিল SU 30MK যুঁজাৰু বিমান

কিন্তু দুৰ্ভাগ্যবশত কাৰ্বি আংলং জিলাৰ দুৰ্গম পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হ’ল এই যুঁজাৰু বিমানখন

দুৰ্ঘটনাস্থলীত পোৱা গৈছে বিমানখনৰ পাইলট দুগৰাকী ছিন্ন ভিন্ন টুকুৰা

IAF-ৰ মতে, Su-30 MKI বিমানখনৰ সৈতে সন্ধিয়া ৭:৪২ বজাত শেষবাৰৰ বাবে সংযোগ হৈছিল

আৰু সন্ধিয়া প্ৰায় ৭:৪৫ বজাত কাৰ্বি কালাপাহাৰত বিকট শব্দৰে এখন উৰাজাহাজ অগ্নিপিণ্ড হৈ বাগৰি পৰা দেখা পায় অঞ্চলটোৰ একাংশ লোকে

ইয়াৰ পিছতে নিশ্চিত কৰা হয় যে যোৰহাটৰ পৰা উৰা মৰা SU 30MK

Releated Posts

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি

অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…

ByByMahesh Malakar May 1, 2026

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে

বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…

ByByMahesh Malakar May 1, 2026

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি

EXIT POLLক চেৰ পেলাই অসমত দেখিবলৈ পোৱা যাব নেকি ওলোটা ছবি EXIT POLLৰ মতে আকৌ বিজেপি চৰকাৰ কিন্তু…

ByByMahesh Malakar Apr 30, 2026

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি

ফাদিল হৈছে সিদ্ধাৰ্থৰ এটাৰ পিছত আনটো কু-কীৰ্তি প্ৰাণৰ শিল্পী জুবিন গাৰ্গক খুলি খুলি খাইছিল সিদ্ধাৰ্থই সিদ্ধাৰ্থৰ কোটি কোটি…

ByByMahesh Malakar Apr 30, 2026
Scroll to Top