• Home
  • অসম
  • বটদ্ৰৱা প্ৰকল্পৰ আঁৰত তিনি মূছলামন ব্যক্তি

বটদ্ৰৱা প্ৰকল্পৰ আঁৰত তিনি মূছলামন ব্যক্তি

মুকলি হ’ল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা প্ৰকল্প

বটদ্ৰৱা প্ৰকল্পৰ আঁৰত তিনি মূছলামন ব্যক্তি

তিনিগৰাকী মুছলমান ব্যক্তিয়ে গুৰুআসন,কৃষ্ণলীলা,বিষ্ণুৰ দশাৱতাৰক দিলে জীৱন্ত ৰূপ

পিতৃ নুৰুদ্দিন আহমেদ আৰু ২পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদৰ হাতত প্ৰাণ পাই উঠিল বটদ্ৰৱা প্ৰকল্প

গুৰুআসন,কৃষ্ণলীলা,বিষ্ণুৰ দশাৱতাৰক দিলে জীৱন্ত ৰূপ

বিগত ২ টা বছৰ ধৰি বটদ্ৰৱা প্ৰকল্পৰ কাম কৰিছিল ৩ গৰাকী মুছলমান ব্যক্তিয়ে

অধ্যয়ন কৰিবছিল ভাগৱত,কীৰ্ত্তন,সাঁচিপাতৰ পুথি

পিতৃ নুৰুদ্দিন আহমেদ আৰু ২ পুত্ৰ ৰাজ আহমেদ আৰু দীপ আহমেদক কৃতজ্ঞতা অসমবাসীৰ

Releated Posts

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…

ByByMahesh Malakar May 20, 2026

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি প্ৰতিমাহে…

ByByMahesh Malakar May 20, 2026

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী…

ByByMahesh Malakar May 20, 2026

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

ByByMahesh Malakar May 20, 2026
Scroll to Top