যি দলে ভগৱান ৰামৰ নামত ভোট বিচাৰে সেই দলৰ মানুহখিনিয়ে আজি ৰাম মন্দিৰৰ চান্দা চুৰি কৰিছে
‘ৰামৰ নামত ভোট বিচৰা বিজেপিৰ কাৰ্যকালতে ৰাম মন্দিৰত ভক্তৰ বৰঙনি চোৰ হৈছে
চুৰিকাণ্ডত জড়িত মূল মাষ্টাৰমাইণ্ডক এতিয়াও সুৰক্ষা দিছে বিজেপি, RSSয়ে
ইয়াতেই বিজেপিৰ দুমুখীয়া স্থিতি প্ৰকাশ হৈছে
দেশ কঁপোৱা ৰাম মন্দিৰৰ ২০০ কোটি টকাৰ চুৰি কাৰ্যক লৈ প্ৰতিক্ৰিয়া গৌৰৱ গগৈৰ














