ইটোৰ পিছত সিটোকৈ ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছে সমগ্ৰ ভেনিজুৱেলা
ধ্বংসস্তুপত পৰিণত হৈছে ভেনিজুৱেলা
দুটাকৈ বৰ ভূঁইকপৰ দুদিন পিছতেই পুনৰ প্ৰচণ্ড ভূমিকম্পই জোকাৰি ভেনিজুৱেলা
এইপৰ্যন্ত ৯২০ গৰাকী লোকৰ মৃত্যু হোৱাৰ তথ্য
বৰ্তমানেও বহু লোক অট্টালিকাৰ তলত আৱদ্ধ হোৱা বুলি আশংকা
















