• Home
  • দেশ
  • বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী
Image

বিহাৰত ক্ৰমাৎ ধূলিসাৎ হৈ পৰিছে বিৰোধী

আজি বিহাৰ বিধানসভা নিৰ্বাচনৰ হাইভল্টেজ ফলাফলৰ বাবে সকলোৱে দৃষ্টি নিবদ্ধ আছে ৷ অধিকাংশ নিৰ্বাচনী সমীক্ষা এজেন্সীৰ প্ৰাক নিৰ্বাচনী সমীক্ষা সঁচা প্ৰমাণিত কৰি পাটনাৰ মছনদ দখলৰ দিশে আগবাঢ়িছে এনডিএ ৷ মোদীৰ পদুম আৰু নিতীশ কুমাৰৰ তীৰৰ বৰষুণত তচনচ হয় মহাজোঁট বন্ধন।

মহাজোঁট বন্ধনৰ দলসমূহ ক্ৰমে আৰজেদি,কংগ্ৰেছ,ভিআইপি,বাওঁপন্থী দল সমূহৰ প্ৰক্ষেপিত অধিকাংশ প্ৰাৰ্থী ৰণত পৰিছে। উল্লেখযোগ্য বিহাৰত ৬১ টা সমষ্টিৰত প্ৰাৰ্থী দিয়া কংগ্ৰেছে বৰ্তমানলৈকে মাত্ৰ ৭ খন আসনত অগ্ৰগতি লাভ কৰিছে ৷

আনহাতে এসময়ত বিজেপিৰ ৰাজনীতি ভৱিষ্যত নিৰ্ণয় কৰা প্ৰশান্ত কিশোৰ বিহাৰত চুড়ান্তভাৱে হ’ল ব্যৰ্থ ৷ তেওঁৰ নেতৃত্বাধীন জন সুৰক্ষা পাৰ্টিয়ে ২৪৩ খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰি বৰ্তমানলৈকে এখনো আসনত অগ্ৰগতি লাভ কৰা নাই ৷

ভোট গণনাৰ শেহতীয়া খবৰ অনুসৰি বিজেপিয়ে ৮৪,জেডিইউ ৭৮,লোক জনশক্তি ২০,আৰজেডি ৩২,কংগ্ৰেছ ৭ আৰু বাওঁমৰ্চা ৭ আসনত অগ্ৰগতি লাভ কৰিছে।

Releated Posts

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা

আজি বছৰৰ আটাইতকৈ চুটি দিন আৰু দীঘলীয়া নিশা আজি বছৰৰ আটাইতকৈ দীঘলীয়া নিশা হ’ব, একেদৰে বছৰৰ আটাইতকৈ চুটি…

ByByMahesh MalakarDec 21, 2025

পুনৰ অশান্ত বাংলাদেশ

পুনৰ জ্বলিছে বাংলাদেশ ছাত্ৰ নেতাৰ মৃত্যুক কেন্দ্ৰ কৰি অগ্নিগর্ভা বাংলাদেশ। অৰাজক বালাংদেশত পুনৰ উত্তেজনাময় পৰিৱেশ। ছাত্রনেতাৰ মৃত্যুক লৈ…

ByByMahesh MalakarDec 19, 2025

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। ২০ ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী গৰাকী। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচী হাতত লৈ…

ByByMahesh MalakarDec 17, 2025

গুৱাহাটীত লীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চনু নিগম

আজি সন্ধিয়া গুৱাহাটীৰ গ্ৰীণউড ৰিজ’ৰ্টত প্ৰথমবাৰৰ বাবে একক লাইভ কনচার্ট কৰিব বলিউডৰ কণ্ঠশিল্পী চনু নিগমে । তেওঁ ‘‘দিৱানা…

ByByMahesh MalakarDec 14, 2025
Scroll to Top