• Home
  • অসম
  • ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল
Image

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল

ঘোষণা হ’ল HSLC পৰীক্ষাৰ ফলাফল। এইবাৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ ৬৫.৬২ শতাংশ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰকাশ কৰিলে পৰীক্ষাৰ ফলাফল।প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫,১৮৯গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,১৬৭গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৪৬,৩৪৫ গৰাকী শিক্ষাৰ্থী। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৫,১৮৯গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে ১,৫০,১৬৭গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৪৬,৩৪৫ গৰাকী শিক্ষাৰ্থী।SEBAৰ পৰিৱৰ্তে ASSEBৰ নতুন নিয়মেৰে অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা।২০২৬ৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ মুঠ ৪,৩৮,৫৬৫গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰে ১,৯০,২৪৩গৰাকী ছাত্ৰ আৰু ২,৪৮,৩২২গৰাকী ছাত্ৰী।প্ৰথম স্থানত উজলি উঠা বজালীৰ পাটাছাৰকুছিৰ জ্যোৰ্তিময় দাসে ৫৯১ নম্বৰ লাভ কৰিলে।দ্বিতীয় স্থানত বিশ্বনাথৰ অম্বিকাগিৰি ৰায় চৌধুৰী জাতীয় বিদ্যালয়ৰ আকাংক্ষা ভূঞা।যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰা সুৰজিত আখতাৰে লাভ কৰিলে ৫৮৮ নম্বৰ।যুটীয়াভাৱে তৃতীয় স্থানত জিলিকি উঠিল ডিব্ৰুগড়ৰ জীয়া ফাৰাহ ইছলাম

Releated Posts

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী

আজি দেশজুৰি বন্ধ থাকিব সকলো ফাৰ্মাচী জৰুৰীকালীন সময়তো ৰোগীয়ে নাপাব ঔষধ সমগ্ৰ দেশৰ লগতে অসমতো আজি বন্ধ থাকিব…

ByByMahesh Malakar May 20, 2026

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা

এতিয়াৰে পৰা আপুনিও লাভ কৰিব পাৰিব বিনামূলীয়া বিদ্যুৎ সেৱা বিদ্যুৎৰ বাবে এতিয়াৰে পৰা আপুনি খাব নালাগে হাবাথুৰি প্ৰতিমাহে…

ByByMahesh Malakar May 20, 2026

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ

ন-ৰূপত উজলি উঠিব জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ পোন প্ৰথমবাৰৰ বাবে জুবিন ক্ষেত্ৰত উপস্থিত হৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী…

ByByMahesh Malakar May 20, 2026

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

জুবিন ক্ষেত্ৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। নিৰ্বাচন জয়ী হোৱাৰ পিছতেই মুখ্যমন্ত্ৰী উপস্থিত জুবিন ক্ষেত্ৰত জুবিন ক্ষেত্ৰৰ নিৰ্মাণৰ…

ByByMahesh Malakar May 20, 2026
Scroll to Top