- গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলত চাঞ্চল্যকৰ ঘটনা।
- মহানগৰীৰ ৰুদ্রাক্ষ মলৰ পিছফালে মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
- এজন যুৱকক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ।
- যুৱকজনৰ নাম সিদ্ধান্ত দাস।
- এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল সিদ্ধান্তৰ।
- যুৱকজনৰ ঘৰ সোণাপুৰত।
- ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। । সপ্তম মহলাৰ পৰা চতুৰ্থ মহলাত পৰিল এজন যুৱক। শুকুৰবাৰে নিশা এটা পাৰ্টিৰ বাবে মলটোলৈ পত্নীৰ সৈতে গৈছিল সিদ্ধান্ত দাস। পত্নীক সোণাপুৰৰ বাসগৃহত থৈ পুনৰ পাৰ্টিলৈ গৈছিল যুৱকজন।

মহানগৰীৰ ৰুদ্রাক্ষ মলৰ পিছফালে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
Tags:
Releated Posts
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ দুচকুত কেৱল চকুলো ‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’ ‘জুবিনে ন্যায় নাপালে ন্যায়…
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই
অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ গোচৰত জামিন পালে পৱন খেড়াই উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰীম জামিন লাভ কৰিলে…
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি
অসমত হ’ব পাৰে ভয়াৱহ বানসদৃশ পৰিস্থিতি ১মে’ৰ পৰা ৪ মে’ পৰ্যন্ত বতৰে চলাব তাণ্ডৱলীলা ঘন্টাত ৪০-৫০কিঃমিঃ বেগেৰে ধুমুহা…
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে
বিজেপিয়ে নহয়, ৪মে’ত চৰকাৰ গঠন কৰিব বিৰোধী মিত্ৰজোঁটে ১০০খন নহয়,মাত্ৰ ৪০খন আসনহে পাব বিজেপিয়ে ২০২১ৰ দৰে ভুল প্ৰমাণিত…











