জুবিনক্ষেত্ৰত উপস্থিত জুবিন প্ৰিয়তমা গৰিমা গাৰ্গ
দুচকুত কেৱল চকুলো
‘জুবিন গাৰ্গে শীঘ্ৰেই ন্যায় পাওক’
‘জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব’
‘দোষীয়ে চৰম শাস্তি পাবই লাগিব’
‘জুবিন গাৰ্গ সদায় অমৰ হৈ থাকক’
জুবিন ক্ষেত্ৰত হুকহুকাই কান্দি শ্যামকানু মহন্তৰ জামিন নাকচৰ পিছতে প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ












