• Home
  • অপৰাধনামা
  • মহানগৰীৰ ৰুদ্রাক্ষ মলৰ পিছফালে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ
Image

মহানগৰীৰ ৰুদ্রাক্ষ মলৰ পিছফালে উদ্ধাৰ এজন যুৱকৰ মৃতদেহ

  • গুৱাহাটীৰ ৰুদ্ৰাক্ষ মলত চাঞ্চল্যকৰ ঘটনা।
  • মহানগৰীৰ ৰুদ্রাক্ষ মলৰ পিছফালে মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।
  • এজন যুৱকক দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ।
  • যুৱকজনৰ নাম সিদ্ধান্ত দাস।
  • এমাহ পূৰ্বে বিবাহ সম্পন্ন হৈছিল সিদ্ধান্তৰ।
  • যুৱকজনৰ ঘৰ সোণাপুৰত।
  • ঘটনা সন্দৰ্ভত মহানগৰ আৰক্ষীৰ তদন্ত আৰম্ভ। । সপ্তম মহলাৰ পৰা চতুৰ্থ মহলাত পৰিল এজন যুৱক। শুকুৰবাৰে নিশা এটা পাৰ্টিৰ বাবে মলটোলৈ পত্নীৰ সৈতে গৈছিল সিদ্ধান্ত দাস। পত্নীক সোণাপুৰৰ বাসগৃহত থৈ পুনৰ পাৰ্টিলৈ গৈছিল যুৱকজন।

Releated Posts

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি

বিভক্ত হবলৈ ওলাইছে ৰাজ্যিক বিজেপি ২৭ জুনত দ্বিবিভক্ত হ’ব বিজেপি নতুন বিজেপি বনাম পুৰনি বিজেপি গঠন হব নেকি…

ByByMahesh Malakar Jun 15, 2026

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ

হঠাৎ মুছলমানৰ প্ৰতি প্ৰেম চিতু বৰুৱাৰ আজান বন্ধ কৰিব বিচৰা সকলৰ জধা মূৰ্খ আখ্যা এইবাৰ অসমীয়া নহয় মুছ…

ByByMahesh Malakar Jun 15, 2026

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

চৰকাৰী আঁচনিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰেচনৰ পৰা লৈ বিভিন্ন আচনিকলৈকে কৰিলে বৃহৎ ঘোষণা চৰকাৰী…

ByByMahesh Malakar Jun 15, 2026

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা

শিৱসাগৰৰ শিলাকুটী ভকত গাঁৱত ভয়ংকৰ ঘটনা ONGCৰ গেছ পৰিবাহী পাইপ ফাটি অহৰহ নিৰ্গত গেছ যিকোনো মূহুৰ্তত সংঘটিত হ’ব…

ByByMahesh Malakar Jun 15, 2026
Scroll to Top